Senior MLA Ramendra Narayan Kalita is undergoing treatment at Apollo Hospital in Chennaiচেন্নাইৰ এপ’ল হাস্পতালত চিকিৎসাধীন জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

স্বাস্থ্যৰ বুজ লৈ দ্ৰুত আৰোগ্য কামনা অগপ সভাপতি অতুল বৰাৰ

ramendra kalita

Senior MLA Ramendra Narayan Kalita is undergoing treatment at Apollo Hospital in Chennai:

চেন্নাইৰ এপ’ল হাস্পতালত চিকিৎসাধীন হৈ থকা অগপৰ জ্যেষ্ঠ বিধায়ক তথা অসম গণ পৰিষদৰ অন্যতম সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক চিকিৎসাকক্ষত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই ৷ দুয়ো গৰাকী নেতাই দলৰ হৈ বিধায়ক কলিতাৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷

Exit mobile version