Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ayushman Bharat Insurance Scheme Now Covers Those Above 70′:‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত ৭০ৰো ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

উপকৃত হ'ব ৪.৫ কোটি পৰিয়াল

publisher by publisher
September 12, 2024
in Uncategorized
Reading Time: 3 mins read
0
Ayushman Bharat Insurance Scheme Now Covers Those Above 70′:‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত ৭০ৰো ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

Ayushman Bharat Insurance Scheme Now Covers Those Above 70 Senior Citizens Of Older Age :

‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ (এবি পিএম-জেএৱাই)ৰ অধীনত ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমাৰ সুবিধাৰে সামৰি লোৱাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত লোৱা হয় উল্লিখিত প্ৰস্তাৱৰ অনুমোদন ৷

উল্লেখ্য যে ‘:‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত সংশ্লিষ্ট পৰিয়াল ভিত্তিত ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমাৰ জৰিয়তে উপকৃত হ’ব ছয কোটি জ্যেষ্ঠ নাগৰিক সহ প্ৰায় ৪.৫ কোটি পৰিয়াল।

এই অনুমোদনক্ৰমে ৭০ বছৰ বা ততোধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকেই তেওঁলোকৰ আৰ্থ-সামাজিক স্থিতি নিৰ্বিশেষে ‘এবি পিএম-জেএওৱাই’-ৰ লাভ প্ৰাপ্ত কৰিবলৈ যোগ্য হ’ব। যোগ্য জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘এবি পিএম-জেএওৱাই’-ৰ অধীনত এখন নতুন পৃথক কাৰ্ড জাৰী কৰা হ’ব।

‘এবি পিএম-জেএওৱাই’-ৰ অধীনত ইতিমধ্যে সামৰি লোৱা পৰিয়ালৰ ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলে নিজৰ বাবে প্ৰতি বছৰে ৫ লাখ টকালৈকে অতিৰিক্ত ‘টপ-আপ কভাৰেজ’ লাভ কৰিব (যিটো তেওঁলোকে ৭০ বছৰৰ কম বয়সৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ভাগ বাটোৱাৰা কৰিব নালাগিব।

৭০ বছৰ বা ততোধিক বয়সৰ আন সকলো জ্যেষ্ঠ নাগৰিকে পাৰিয়াল ভিত্তিত প্ৰতি বছৰে ৫ লাখ টকালৈকে স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব। একেদৰে ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিক যি ইতিমধ্যে অন্যান্য ৰাজহুৱা স্বাস্থ্য বীমা আঁচনি যেনে ‘কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি’ (চিজিএইচএছ), ‘প্ৰাক্তন সৈনিক অৱদানকাৰী স্বাস্থ্য আঁচনি’ (ইচিএইচএছ), ‘আয়ুষ্মান কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী’ (চিএপিএফ)ৰ সুবিধা লাভ কৰি আছে তেওঁলোকে হয় তেওঁলোকৰ বিদ্যমান আঁচনি বাছনি কৰিব পাৰিব বা ‘এবি পিএমজেএওৱাই’ বাছনি কৰিব পাৰিব।

লগতে এইটোও স্পষ্ট কৰা হৈছে যে ‘ব্যক্তিগত খণ্ডৰ স্বাস্থ্য বীমা আঁচনি’ বা ‘কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি’-ৰ অধীনত থকা ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকল ‘এবি পিএম-জেএওৱাই’ৰ অধীনতো লাভ প্ৰাপ্ত কৰিবলৈ যোগ্য হ’ব।

উল্লেখ্য যে ‘এবি পিএমজেএওৱাই’ হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা ভাৱে পুঁজি যোগান ধৰা স্বাস্থ্য নিশ্চয়তা আঁচনি ,যি ১২.৩৪ কোটি পৰিয়ালৰ সৈতে সম্পৰ্কিত ৫৫ কোটি ব্যক্তিক ‘মাধ্যমিক’ আৰু ‘তৃতীয় পৰ্যায়’ৰ সেৱাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে প্ৰতি বছৰে প্ৰতি পৰিয়ালৰ বাবে ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰে।

বয়স নিৰ্বিশেষে যোগ্য পৰিয়ালৰ সকলো সদস্য আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ’ব। আঁচনিখনে ৪৯ শতাংশ মহিলা হিতাধিকাৰীকে ধৰি ৭.৩৭ কোটি চিকিৎসালয়ত ভৰ্তি হোৱা লোকক সামৰি লৈছে। আঁচনিখনৰ অধীনত জনসাধাৰণে ১ লাখ কোটি টকাৰো অধিক লাভাম্বিত হৈছে।

স্মতৰ্ৱ্য যে,ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭০ বছৰ বা ততোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে স্বাস্থ্য বীমাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল।

উল্লেখযোগ্য আৰম্ভণিতে ভাৰতৰ জনসংখ্যাৰ ৪০ শতাংশৰ অন্তৰ্ভুক্ত ১০.৭৪ কোটি দৰিদ্ৰ আৰু দুৰ্বল পৰিয়ালক আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছিল। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ২০২২ ৰ জানুৱাৰী মাহত ‘এবি পিএম-জেএওৱাই’ৰ অধীনত হিতাধিকাৰীৰ ২০১১ৰ জনসংখ্যাতকৈ ভাৰতৰ ‘দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰ’ ১১.৭% বুলি বিবেচনা কৰি ১০.৭৪ কোটিৰ পৰা ১২ কোটি পৰিয়াললৈ সম্প্ৰসাৰণ কৰে।

আনহাতে,বিনামূলীয়া স্বাস্থ্যসেৱা সুবিধাৰ বাবে সমগ্ৰ দেশত কাম কৰা ৩৭ লাখ আশা,এডব্লিউডব্লিউ,এডব্লিউএইচ সামৰি লবলৈও আঁচনিখন অধিক সম্প্ৰসাৰিত কৰা হৈছিল। এই অভিযানক আগুৱাই লৈ, ‘এবি পিএম-জেএওৱাই’-য়ে এতিয়া সমগ্ৰ দেশত ৭০ বছৰ বা ততোধিক বয়সৰ সকলো নাগৰিকক ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ayushman Bharat Insurance SchemeNow Covers Those Above 70 Senior Citizens Of Older AgePM ModiUnion Cabinet Approval
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d