Distributing grants underCMAAA:খানাপাৰাত মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম আঁচনি’ৰ বিশেষ অনুষ্ঠান

২৫ হাজাৰ নিৰ্বাচিত উদ্যোগীক বিত্তীয় অনুদানৰ প্ৰথম কিস্তি প্ৰদান

aa

Distributing grants under CMAAA:

সোমবাৰে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ‘মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম আঁচনি’ৰ অধীনত ২৫ হাজাৰ নিৰ্বাচিত উদ্যোগীক ২ লাখ আৰু ৫ লাখ টকাৰ প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা চেক প্ৰদান কৰে।

অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা,ৰনজিৎ কুমাৰ দাস সহ প্ৰায় সকল মন্ত্ৰী-বিধায়ক , সাংসদ,মুখ্য সচিব ৰবি কোটা সহ জিলা সমূহৰ পৰা অহা ‘মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম আঁচনি’ত নিৰ্বাচিত হোৱা উদ্যোগী সকল উপস্থিত থাকে।

Exit mobile version