Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত মুখ্য মন্ত্ৰীয়ে কৰা নাটক সহ্য কৰা নহ'ব, জনজাতি কৰণৰ ক্ষেত্ৰত হয় ৰঙামাটি নহয় গুৱাহাটী নীতি অৱলম্বন কৰিব চুতীয়া ছাত্ৰ সন্থাই:.মহেন বৰা

samimsultana by samimsultana
September 30, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Golaghat Dist. Sutia Student Union Protest:

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই । প্ৰায় তিনি শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট নগৰৰ মাজেৰে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত উপস্থিত হৈ বিজেপি চৰকাৰ হুছিয়াৰ, বিজেপি চৰকাৰ গ’বেক, হিমন্ত বিশ্ব শৰ্মা গ’বেক, নৰেন্দ্ৰ মোদী গ’বেক, হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ, নৰেন্দ্ৰ মোদী হুছিয়াৰ,হিমন্ত বিশ্ব শৰ্মা হায়:হায়, NO ST, NO REST, জনজাতি কৰণ আমাৰ জন্মগত অধিকাৰ, আমাক জনজাতিৰ মৰ্যদা লাগিবই, আমাক স্বায়ত্ব শাসন লাগিবই, ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰিবই লাগিব, আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ADVERTISEMENT

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন বৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত হয় ৰঙামাটি নহয় গুৱাহাটী নীতি অৱলম্বন কৰিব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব নে নকৰে মুখ্য মন্ত্ৰীয়ে ৰাজহুৱা ভাৱে স্পষ্ট কৰিবলৈ কয় ।

RelatedPosts

Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

sutia 2জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা আৰু মিথ্যাচাৰৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে । কোনো কাৰণতে এইবাৰ প্ৰতাৰণা আৰু মিথ্যাচাৰ সহ্য কৰা নহ’ব বুলি কয়। জনজাতি কৰণৰ নামত মুখ্যমন্ত্ৰীয়ে কৰা নাটক শীঘ্ৰেই বন্ধ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান কৰি আগন্তুক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক শাসনৰ গাদিৰ পৰা উফৰাই পেলাবলৈ সন্থাই যিকোনো পৰ্যায়লৈ যাবলৈ সাজু হৈছে বুলি কয়।

জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা প্ৰদান নকৰালৈকে সন্থাই ধাৰাবাহিক গণ আন্দোলন গঢ়ি তুলিবলৈ পৰিকল্পনা যুগুত কৰাৰ কথাও উল্লেখ কৰে । চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন ব্যৱস্থাৰ পৰা আতৰাই ৰখা কাৰ্য অতি দুৰ্ভাগ্য জনক বুলি অভিহিত কৰে। মুখ্য মন্ত্ৰীয়ে জনগোষ্ঠীটোক দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল । স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ দাবী তোলাৰ লগতে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ শীঘ্ৰেই সংৰক্ষণ- সৌন্দৰ্যবৰ্ধনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ ফল মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুগিব বুলি কয়।

কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, চুতীয়া জাতি মহিলা সন্মিলন,অসমৰ কাৰ্যকৰী সভানেত্ৰী কুমকুম বৰা, চুতীয়া উন্নয়ন পৰিষদ,অসমৰ প্ৰাক্তন অধ্যক্ষ জিতেন শইকীয়া, চুতীয়া যুৱ সন্মিলন,অসমৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মৃদু জ্যোতি বৰা, চুতীয়া জাতি যুৱ সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰমেন বৰা আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু শইকীয়াই জানিবলৈ দিয়ে | আনহাতে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লক্ষিমপুৰ, মাজুলী আৰু গহপুৰত ৰূপায়ন কৰা হয় |

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Demand For AutonomyDemand Of TribailizationGolaghat Dist. Sutia Student Union Protest
samimsultana

samimsultana

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d