Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত মুখ্য মন্ত্ৰীয়ে কৰা নাটক সহ্য কৰা নহ'ব, জনজাতি কৰণৰ ক্ষেত্ৰত হয় ৰঙামাটি নহয় গুৱাহাটী নীতি অৱলম্বন কৰিব চুতীয়া ছাত্ৰ সন্থাই:.মহেন বৰা

samimsultana by samimsultana
September 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

Golaghat Dist. Sutia Student Union Protest:

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই । প্ৰায় তিনি শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট নগৰৰ মাজেৰে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত উপস্থিত হৈ বিজেপি চৰকাৰ হুছিয়াৰ, বিজেপি চৰকাৰ গ’বেক, হিমন্ত বিশ্ব শৰ্মা গ’বেক, নৰেন্দ্ৰ মোদী গ’বেক, হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ, নৰেন্দ্ৰ মোদী হুছিয়াৰ,হিমন্ত বিশ্ব শৰ্মা হায়:হায়, NO ST, NO REST, জনজাতি কৰণ আমাৰ জন্মগত অধিকাৰ, আমাক জনজাতিৰ মৰ্যদা লাগিবই, আমাক স্বায়ত্ব শাসন লাগিবই, ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰিবই লাগিব, আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ADVERTISEMENT

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন বৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত হয় ৰঙামাটি নহয় গুৱাহাটী নীতি অৱলম্বন কৰিব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব নে নকৰে মুখ্য মন্ত্ৰীয়ে ৰাজহুৱা ভাৱে স্পষ্ট কৰিবলৈ কয় ।

জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা আৰু মিথ্যাচাৰৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে । কোনো কাৰণতে এইবাৰ প্ৰতাৰণা আৰু মিথ্যাচাৰ সহ্য কৰা নহ’ব বুলি কয়। জনজাতি কৰণৰ নামত মুখ্যমন্ত্ৰীয়ে কৰা নাটক শীঘ্ৰেই বন্ধ কৰি দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান কৰি আগন্তুক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক শাসনৰ গাদিৰ পৰা উফৰাই পেলাবলৈ সন্থাই যিকোনো পৰ্যায়লৈ যাবলৈ সাজু হৈছে বুলি কয়।

জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা প্ৰদান নকৰালৈকে সন্থাই ধাৰাবাহিক গণ আন্দোলন গঢ়ি তুলিবলৈ পৰিকল্পনা যুগুত কৰাৰ কথাও উল্লেখ কৰে । চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন ব্যৱস্থাৰ পৰা আতৰাই ৰখা কাৰ্য অতি দুৰ্ভাগ্য জনক বুলি অভিহিত কৰে। মুখ্য মন্ত্ৰীয়ে জনগোষ্ঠীটোক দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল । স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ দাবী তোলাৰ লগতে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ শীঘ্ৰেই সংৰক্ষণ- সৌন্দৰ্যবৰ্ধনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ ফল মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুগিব বুলি কয়।

কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, চুতীয়া জাতি মহিলা সন্মিলন,অসমৰ কাৰ্যকৰী সভানেত্ৰী কুমকুম বৰা, চুতীয়া উন্নয়ন পৰিষদ,অসমৰ প্ৰাক্তন অধ্যক্ষ জিতেন শইকীয়া, চুতীয়া যুৱ সন্মিলন,অসমৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মৃদু জ্যোতি বৰা, চুতীয়া জাতি যুৱ সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰমেন বৰা আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু শইকীয়াই জানিবলৈ দিয়ে | আনহাতে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লক্ষিমপুৰ, মাজুলী আৰু গহপুৰত ৰূপায়ন কৰা হয় |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Demand For AutonomyDemand Of TribailizationGolaghat Dist. Sutia Student Union Protest
samimsultana

samimsultana

Related Posts

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d