Khadi textiles purchased by Union Minister Sarbananda Sonowal:গান্ধী জয়ন্তী উপলক্ষ্যত নাহৰকটীয়াৰ ‘জাগৰণ’ বিপণীত খাদী বস্ত্ৰ ক্ৰয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

sonoal

Khadi textiles purchased by Union Minister Sarbananda Sonowal:

আজি গান্ধী জয়ন্তী উপলক্ষ্যত নাহৰকটীয়াৰ ‘জাগৰণ’ বিপণীত খাদী বস্ত্ৰ ক্ৰয় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ স’তে উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈ।

ADVERTISEMENT

বস্ত্ৰ ক্ৰয় কৰি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “মহামানৱ মহাত্মা গান্ধীয়ে থলুৱা বস্ত্ৰশিল্পক যথেষ্ট উদগনি যোগাইছিল আৰু ইয়াৰ ব্যৱহাৰ তথা প্ৰসাৰৰ বাবে দেশবাসীক আহ্বান জনাইছিল। আমি প্ৰতিগৰাকী ভাৰতীয়ই থলুৱা বস্ত্ৰশিল্প ~ খাদীৰ ব্যৱহাৰ আৰু প্ৰসাৰৰ বাবে দায়বদ্ধ হওঁ আহক, লগতে “ভ’কেল ফৰ ল’কেল”ৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা গঢ়ি তোলোঁ।

Exit mobile version