Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union ports Minister Sarbananda Sonowal Visit Mumbai:পাঁচ বছৰৰ ভিতৰত ক্রুজ কল আৰু যাত্ৰীৰ সংখ্যা দুগুণ কৰাৰ বাবে ‘ক্ৰুজভাৰত মিছন’ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভাৰতৰ ঐতিহ্য-সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্র্যৰ বিশ্বব্যাপী প্ৰচাৰ-প্ৰসাৰৰ বাবে ক্রুজ বৰ্তনী প্ৰস্তুত কৰা হ'ব: সর্বানন্দ সোণোৱাল

samimsultana by samimsultana
September 30, 2024
in India, News
Reading Time: 3 mins read
0
Union ports Minister Sarbananda Sonowal Visit Mumbai:পাঁচ বছৰৰ ভিতৰত ক্রুজ কল আৰু যাত্ৰীৰ সংখ্যা দুগুণ কৰাৰ বাবে ‘ক্ৰুজভাৰত মিছন’ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Green Port And Green Shipping In India:সেউজ বন্দৰ পৰিৱেশ প্ৰণালীৰ বাবে পৰিকল্পনা প্ৰস্তুতকৰণত অগ্ৰাধিকাৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ

Union ports Minister Sarbananda Sonowal Visit Mumbai:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা অভিলাষী ‘ক্রুজ ভাৰত মিছন’ মুকলি কৰে। দেশত ক্ৰুজ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লক্ষ্যৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ ক্ৰুজ পৰ্যটনক বৃহৎ পৰিসৰলৈ আগুৱাই নিয়া।

ADVERTISEMENT

পাঁচ বছৰৰ ভিতৰত অৰ্থাৎ ২০২৯ চনৰ ভিতৰত ক্ৰুজ যাত্ৰীৰ যাতায়াত দুগুণ কৰি দেশৰ ক্রুজ পৰ্যটন উদ্যোগক এক নতুন গতি দিয়াৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি সর্বানন্দ সোণোৱালে উল্লেখ কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰেও এই অনুষ্ঠানত সোণোৱালৰ সৈতে যোগদান কৰে। সৰ্বানন্দ সোণোৱালে আজি মুম্বাইত ক্রুজ জাহাজ ‘এম্ৰেছ’ৰ পৰা উক্ত অভিযানৰ শুভাৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ ক্ৰুজ পৰ্যটনৰ এক আগশাৰীৰ প্রাণকেন্দ্র হিচাপে পৰিগণিত কৰা। ক্ৰুজ ইণ্ডিয়া মিছন তিনিটা প্রাণকেন্দ্ৰ হিচাপে পৰিগণিত কৰা। ক্ৰুজ ইণ্ডিয়া মিছন তিনিটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব। প্রথম পর্যায়ত অধ্যয়ন, মাষ্টাৰ প্লেনিং আৰু চুবুৰীয়া দেশবোৰৰ সৈতে ক্রুজ মিত্রতা ত্বৰান্বিতকৰণত গুৰুত্ব দিয়া হ’ব। ই ক্ৰুজ বৰ্তনীসমূহৰ সুযোগ- সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে বিদ্যমান ক্রুজ টার্মিনেল, মেৰিনা আৰু গন্তব্য স্থানসমূহৰ আধুনিকীকৰণ কৰাত সহায় কৰিব।

দ্বিতীয় পর্যায়ত উচ্চ-সম্ভাব্য  অৱস্থান আৰু বৰ্তনী সক্রিয় কৰাৰ বাবে নতুন ক্রুজ টার্মিনেল, মেৰিনা আৰু গন্তব্যস্থান বিকশিত কৰাত মনোনিৱেশ কৰা হ’ব। তৃতীয় পর্যায়ত ভাৰতীয় উপ-মহাদেশৰ সকলো ক্রুজ বৰ্তনী একত্ৰিত কৰাত গুৰুত্ব দিয়া হ’ব, ক্রুজ টার্মিনেল, মেৰিনা আৰু গন্তব্যস্থানৰ বিকাশ অব্যাহত ৰাখি ক্রুজ পৰিস্থিতিতন্ত্ৰ উন্নত আৰু বিশ্বমানৰ কৰি তোলা হ’ব।

প্রথম পৰ্যায়ত সাগৰীয় ক্রুজ যাত্ৰীৰ সংখ্যা ৫ লাখৰ পৰা তৃতীয় পর্যায়ত ১০ লাখলৈ বৃদ্ধি কৰা হ’ব, যাৰ ফলত সাগৰীয় ক্রুজ কল ১২৫ৰ পৰা ৫০০লৈ বৃদ্ধি হ’ব। গংগা, ব্রহ্মপুত্রকে ধৰি নদী ক্রুজ যাত্ৰীৰ সংখ্যা প্রথম পৰ্যায়ত ৫ লাখৰ পৰা তৃতীয় পর্যায়ত ১৫ লাখলৈ বৃদ্ধি হ’ব। আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ সংখ্যা প্রথম পৰ্যায়ত ২ৰ পৰা তৃতীয় পৰ্যায়ত ১০লৈ সম্প্ৰসাৰিত হ’ব আৰু নদী ক্রুজ টার্মিনেলৰ সংখ্যা ৫০ৰ পৰা ১০০লৈ বৃদ্ধি হ’ব। একেদৰে, মেৰিনাবোৰ ৫লৈ বৃদ্ধি হ’ব, আৰু সামগ্রিকভাৱে নিযুক্তিৰ সংখ্যা ১ লাখৰ পৰা ৪ লাখলৈ বৃদ্ধি হ’ব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ভাৰতৰ ক্রুজ খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ‘ক্রুজ ভাৰত মিছন’ হৈছে এক গুৰুত্বপূৰ্ণ মুহূর্ত। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতবৰ্ষৰ নীল অৰ্থনীতিৰ প্ৰচুৰ সুযোগ-সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আমাৰ চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ । আমাৰ দেশৰ ক্রুজৰ অপৰিসীম সুযোগ-সম্ভাৱনা পূৰ্বতে অন্বেষণ কৰা হোৱা নাছিল। এই দূৰদৰ্শী অভিযানৰ জৰিয়তে আমাৰ সামুদ্রিক দৃশ্যপটৰ নতুন পৰিৱৰ্তন হ’ব আৰু ক্রুজ পৰ্যটনৰ জৰিয়তে ভাৰতৰ বিশাল উপকূল আৰু জলপথৰ সম্ভাৱনা অধিক তৃৰান্বিত হ’ব। আন্তঃগাঁথনি উন্নয়ন পৰ্যটকৰ বাবে অধিক ত্বৰান্বিত হ’ব।

আন্তঃগাঁথনি উন্নয়ন, পৰ্যটকৰ বাবে ক্রুজ অভিজ্ঞতা বৃদ্ধিৰে তিনিটা পৰ্যায়ত এই অভিযানৰ অধীনত বিশ্বমানৰ আন্তঃগাঁথনি বিকাশ কৰা হ’ব আৰু ক্রুজ পর্যটন তথা সামুদ্রিক বাণিজ্যৰ বিকাশ সাধন কৰা হ’ব। এই পদক্ষেপে বন্দৰ, ক্রুজ লাইন, জাহাজ অপাৰেটৰ, ট্যুৰ অপাৰেটৰ, সেৱা প্ৰদানকাৰী আৰু স্থানীয় ৰাইজকে ধৰি সকলো অংশীদাৰৰ বাবে সামগ্রিক বিকাশ সুনিশ্চিত কৰিব। ভাৰতৰ ঐতিহ্য-সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্র্যৰ বিশ্বব্যাপী প্ৰচাৰ-প্ৰসাৰৰ বাবে ক্রুজ বৰ্তনী প্ৰস্তুত কৰা হ’ব। তিনিটা মুখ্য খণ্ড- মহাসাগৰ আৰু হাৰ্বাৰ ক্রুজ, নদী আৰু দ্বীপ ক্রুজ, দ্বীপ ক্রুজক সামৰি তিনিটা পৰ্যায়ত এই মিছন ৰূপায়িত হ’ব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বতো আমাৰ চৰকাৰে অভিনৱ ব্যৱস্থা গ্রহণ কৰি আহিছে, যাৰ ফলত ২০১৪ চনৰ পৰা ক্রুজ খণ্ডত ৪০০% যাত্ৰীৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ‘ক্রুজ ভাৰত মিছন’এ ২০২৪ চনত ২৫৪ৰ পৰা ২০৩০ চনলৈ ৫০০ আৰু ২০৪৭ চনৰ ভিতৰত ১,১০০লৈ ক্রুজ কলৰ পৰিমাণ বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰিব। আমি ২০২৪ চনত ৪.৬ লাখৰ পৰা ২০৪৭ চনৰ ভিতৰত ৫০ লাখলৈ যাত্রী বৃদ্ধিৰ আশা কৰিছোঁ। এই অভিযানৰ লক্ষ্য হৈছে এই সময়ছোৱাত ক্রুজ খণ্ডত ৪ লাখ নিযুক্তি সৃষ্টি কৰা,” সৰ্বানন্দ সোণোৱালে লগতে কয়।

ৰাষ্ট্ৰীয় ক্রুজ আন্তঃগাঁথনি মাষ্টাৰপ্লেন ২০৪৭ৰ সূচনা কৰাটোও ইয়াৰ অন্যতম লক্ষ্য। ইণ্ডিয়ান প’র্টছ এছ’চিয়েচন (আইপিএ)ৰ অধীনত এটা ক্রুজ-কেন্দ্রিক এছপিভি স্থাপন কৰা আৰু ক্রুজ উন্নয়ন পুঁজি স্থাপন কৰাটোও ইয়াৰ ভিতৰত অন্তর্ভুক্ত আছে। ক্রুজ ভাৰত মিছনে কেৱল ভাৰতৰ ক্রুজ পর্যটন খণ্ডক উন্নত কৰাই নহয়, লগতে নতুন প্ৰজন্মৰ বাবে বহু সুযোগো সৃষ্টি কৰিব।

আজিৰ অনুষ্ঠানটোত ক্রুজ উদ্যোগৰ গুৰুত্বপূৰ্ণ নেতাসকল, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নার্ভেকাৰ, ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন, কৰ্ডেলিয়া ক্রুজৰ মুখ্য কাৰ্যবাহী বিষয়া যুৰগেন বেইলোম প্রমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cruise Bharat MissionMumbai Port AuthorityUnion Ports Minister Sarbananda Sonowal
samimsultana

samimsultana

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d