Guwahati Police administration has issued special instructions for the upcoming Durga Puja:
➡️সমাগত শাৰদীয় দুৰ্গোৎসৱৰ বাবে সাজু পূজা কমিটী সমূহ ৷
➡️গুৱাহাটী মহানগৰত পূজাৰ প্ৰস্তুতিৰ মাজত আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেশনা দুর্গা পূজা কমিটীসমূহলৈ ৷
➡️মহানগৰ আৰক্ষীৰে পূজা কমিটী বিশেষ বৈঠক ৷
➡️বৈঠকত পূজা কমিটিলৈ আৰক্ষীৰ আহ্বান ৷
➡️পথ অৱৰোধ কৰি অনুষ্ঠিত কৰিব নোৱাৰিব পূজা ৷
➡️প্ৰতিখন পূজা মণ্ডপত থাকিব লাগিব চিচি টিভি কেমেৰা ৷
➡️পূজাৰ আয়োজনৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি ৷
➡️বৈদ্যুতিক শ্বর্ট-চার্কিট হ’লে দায়ী হ’ব পূজা কমিটী ৷
➡️পূজা মণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে থাকিব লাগিব দুটা গেইট ৷
➡️পূজা মণ্ডপৰ সমীপত পার্কিঙৰ ব্যৱস্থা কৰিব লাগিব ৷
➡️পূজাস্থলী চাফ চিকুণ কৰি ৰাখিব লাগিব ৷
➡️কোনো ভি আই পিক নিমন্ত্ৰণ কৰিলে আগতিয়াকৈ জনাব লাগিব আৰক্ষীক ।