Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Today Subhao Sasthi ‘2024: উখল-মাখল পৰিৱেশত আজি ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ল দেৱী দুর্গতিনাশিনীক

ভক্ত-দর্শনার্থীক আদৰিবলৈ সজাই তোলা হৈছে মণ্ডপ লিছব'য়া-গংগাৰ পাৰৰ ৰূপকথা

samimsultana by samimsultana
October 9, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Today Subhao Sasthi ‘2024: উখল-মাখল পৰিৱেশত আজি ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ল দেৱী দুর্গতিনাশিনীক
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Today Subhao Sasthi ‘2024:

দেৱী দুর্গাৰ জয়গান, ঢাক- ঢোলৰ শব্দ, বজাৰত বিক্রেতা-গ্ৰাহকৰ খদমদম, মণ্ডপসমূহত পূজা কমিটীৰ উথপথপ, প্রাচীন মঠ-মন্দিৰ-দেৱালয়-দেৱীৰ আৰাধ্যথলীত আধুনিকতাৰ ধামখুমীয়াত পৰম্পৰা ৰক্ষাৰ চেষ্টাৰ মাজেৰে শাৰদীয় দুর্গোৎসৱক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ। ঢাক-ঢোলৰ শব্দৰে মুখৰিত হৈছে চৌদিশ।

ADVERTISEMENT

আজি ষষ্ঠীত কাত্যায়নীৰ ৰূপত বেদীত প্রতিষ্ঠা কৰা হয় দেৱী দুর্গাক। অৱশ্যে কোনো কোনো স্থানত কালি সন্ধিয়াই দেৱীৰ বোধন পর্ব আৰম্ভ কৰা হয়। অৱশ্যে গৰিষ্ঠ সংখ্যক স্থানত আজিহে মহা যষ্ঠীৰ বেদীত দুর্গতিনাশিনীক প্রতিষ্ঠা কৰা হয় বুলি কে’বাজনো পুৰোহিতে মন্তব্য কৰে।

দুর্গা পূজাৰ সময়ছোৱাত ভক্ত-দর্শনার্থীক আকর্ষণ কৰিবলৈ ইতিমধ্যে আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ। ইয়াৰ লগে লগে দেৱী দুর্গীক আদৰিবলৈ সাজু হৈছে ভক্তপ্রাণ ৰাইজ। উগ্ৰতাৰা দেৱালয়ৰ বৰদেউৰী কৈলাশ শৰ্মাই সদৰী কৰা অনুসৰি, বুধবাৰে সন্ধিয়া ছয় বজাত দুর্গা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভৰ লগতে দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস হ’ব। এইবাৰ দেৱীৰ আগমন দোলাত আৰু উভতি যাব ঘোঁৰাত।

ইয়াৰ অৰ্থ ছত্রভংগৰ যুগ বুলি উল্লেখ কৰি তেওঁ কয় যে দোলাত অহা আৰু ঘোঁৰাত উভতি যোৱা দুয়োটাই ভাল নহয়। লগতে তেওঁ কয় যে ১০ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৬-৩০ বজাত দেৱীৰ নৱ পত্রিকা প্রৱেশ, স্থাপন আৰু সপ্তমীৰ বিহিত পূজা আৰম্ভ হ’ব। একেদৰে শুকুৰবাৰে পুৱা ৫-৩০ বজাৰ পৰা মহাঅষ্টমীৰ বিহিত পূজা আৰম্ভ হ’ব। পুৱা ৭-১২ বজাত সন্ধি পূজা সমাপন হ’ব আৰু উক্ত দিনাই পুৱা আঠ বজাৰ পৰা মহানৱমীৰ পূজা আৰম্ভ হ’ব।

সেইদৰে ১২ অক্টোবৰ তথা শনিবাৰে পুৱা সাত বজাৰ পৰা দশমীৰ বিহিত পূজা, বিসর্জন আৰু অপৰাজিতা পূজা আৰম্ভ হ’ব বুলি শৰ্মাই মন্তব্য কৰি অৱশ্যে দেওবাৰেহে গৰিষ্ঠ সংখ্যক পূজা মণ্ডপে দেৱীৰ প্রতিমা বিসর্জন দিয়াৰ সম্ভাৱনা আছে বুলি কয়।

উল্লেখ্য যে যষ্ঠীৰ দিনটো দেৱীৰ বেলবৰণ বুলিও কোৱা হয়। জনবিশ্বাস অনুসৰি, যষ্ঠীৰ দিনটোত গণেশ, কার্তিক, লক্ষ্মী, সৰস্বতী তথা পৰিয়ালৰ স’তে এনিশা কটায় দেৱী দুর্গাই। ফলত সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হয় দেৱী দশভুজাৰ মৃণ্ময় প্রতিমা। ইয়াৰ লগে লগে আৰম্ভ হ’ল পাঁচদিনীয়া শাৰদীয় দুর্গোৎসৱ।

# গুৱাহাটীৰ মহানগৰীৰ পূজা:

দুর্গা পূজা বুলি ক’লে উত্তৰ- পূবৰ দুৱাৰ মুখ গুৱাহাটীৰ পূজাৰ মণ্ডপসমূহে এক অনন্য মাত্রা প্রদান কৰে। দেৱী বন্দনাৰ সমানে সমকালীন বিষয়বস্তুক লৈ আলোকময় হৈ জিলিকি উঠা পূজা মণ্ডপৰ কমিটীসমূহে এইবাৰো ভক্তক এক উছাহভৰা আনন্দ তথা পৰিৱেশ দিবলৈ চেষ্ট অব্যাহত ৰাখিছে।

ৰাজধানী চহৰখনত সৰু-বৰ প্ৰায় ছয় শতাধিক পূজা মণ্ডপে ইতিমধ্যে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ ৭২ বৰ্ষত ভৰি দিয়া দুর্গা পূজা সমিতিয়ে এইবাৰ প্ৰায় ৩০ লাখ টকাৰ ব্যয়ৰে চীনৰ প্ৰখ্যাত হোটেল ‘গ্ৰেণ্ড লিছব’য়া’ৰ আর্হিত পূজাৰ মণ্ডপ প্ৰস্তুত কৰি উলিয়াইছে। একেদৰে ৫০ সংখ্যক মালিগাঁৱৰ সুভাষ নগৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰৰ মূল আকর্ষণ হৈছে ‘গংগাৰ পাৰৰ ৰূপকথা’।

ইয়াৰ উপৰি ৭৪ বৰ্ষত ভৰি দিয়া বিষ্ণুপুৰ সাৰ্বজনীন দুর্গা পূজাৰ মণ্ডপ ৰাজস্থানৰ পৌৰাণিক অট্টালিকা ‘পুৰণা হাভেলী’ৰ আর্হিত নিৰ্মাণ কৰা হৈছে। ৫০ সংখ্যক আৰ্য নগৰৰ নতুনবস্তি সার্বজনীন দুর্গা পূজা সমিতিৰ পূজাৰ মণ্ডপ ‘হেৰী পটাৰ’ৰ আৰ্হিত, ‘জগন্নাথ ৰথযাত্রা’ব আর্হিত ৫৫ সংখ্যক ভাস্কৰনগৰ সাৰ্বজনীন দুর্গা পূজাৰ মণ্ডপ, আইচিচি টি-২০ ক্রিকেট বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ী কল’নী দুর্গা পূজাৰ মণ্ডপ, লতাশিল খেলপথাৰৰ গুৱাহাটী সার্বজনীন দুর্গা পূজা মণ্ডপ নামচাইস্থিত গ’ল্ডেন পাগুডাৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা হৈছে। একেদৰে বৃহত্তৰ কাহিলিপাৰাৰ সাৰ্বজনীন দুর্গা পূজাৰ বিষয়বস্তু হৈছে প্রকৃতি সংৰক্ষণ আৰু প্লাষ্টিক বর্জন।

আনহাতে, খানাপাৰা ফার্মগেটৰ দুর্গা পূজা, গণেশগুৰিৰ গণেশমন্দিৰ তিনিআলিৰ সাৰ্বজনীন দুর্গা পূজা, বৃহত্তৰ নাৰেংগী দুর্গা পূজা, বিষ্ণুপুৰ বিমলানগৰ দুর্গা পূজা, জাপৰিগোগ সার্বজনীন দুর্গা পূজা, ছাত্ৰীবাৰী দুর্গা পূজা, বেলতলা লক্ষ্মীমন্দিৰ সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে ভিন্ন বিষয়বস্তুক লৈ পূজাৰ মণ্ডপ সাজি উলিয়াইছে।

# মহানগৰীত দুৰ্গা পূজাত গাড়ী চলাচলৰ ক্ষেত্ৰত ট্ৰেফিক আৰক্ষীৰ বিশেষ নিৰ্দেশনা :

দুৰ্গোৎসৱ উপলক্ষে মহানগৰীত যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা। অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ বাহাল থাকিব এই নিদেৰ্শনা।

সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা। পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজালৈহে প্ৰৱেশ কৰিব পাৰিব সামগ্ৰী কঢ়িওৱা বাহন। বিয়লি ২ বজাৰ পৰা নিশা ২ বজালৈ কেইবাটাও পথত ন’ এন্টি।

গণেশ মন্দিৰৰ পৰা গণেশগুৰিলৈ ডা:আৰ পি ৰোডত ওৱান ৱে ঘোষণা। জু-ৰোডৰ পৰা গণেশ মন্দিৰৰ দিশলৈ নিষিদ্ধ মালবাহী বাহনৰ প্ৰৱেশ।গণেশগুৰিৰ পৰা জু-ৰোডৰ দিশত ন’এন্টি । বেলতলা বজাৰৰ পথছোৱা হ’ব ওৱান ৱে’।
বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ ওৱান ৱে’। বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ ন’এন্টি।

নামনি অসমৰ পৰা গুৱাহাটীলৈ অহা বাহনক লৈও বিশেষ নিৰ্দেশনা। আদবাৰীলৈহে আহিব পাৰিব যাত্ৰীবাহী বাণিজ্যিক বাহন। নামনিৰ পৰা পল্টনবজাৰলৈ আহিব নোৱাৰি এএছটিচিৰ বাছ। পল্টনবজাৰৰ পৰিৱৰ্তে আইএছবিটিলৈ যাব পাৰিব বাহনসমূহ।

উজনিৰ পৰা অহা বাণিজ্যিক বাহন আইএছবিটি লৈ যাব পাৰিব। বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা তিনিআলি হৈ চিটীবাছৰ সেৱা বন্ধ। বশিষ্ঠ চাৰিআলিৰ পৰা কইনাধৰা-খানাপাৰা হৈ চলিব চিটীবাছ । পাঞ্জাবাৰী-চানমাৰি-ধাৰাপুৰলৈ চিটীবাছ চলাচলৰ পথ সলনি। ভিআইপি ৰোড-নুনমাটি-চানমাৰি হৈ ধাৰাপুৰলৈ চলিব চিটীবাছ ।

ইপিনে, শাৰদীয় দুর্গোৎসৱ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই । এক প্রেছ বার্তাত সভাপতি বৰাই পূজাৰ আনন্দ-উল্লাসে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই ৰাজ্যবাসীক দুর্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2024 Durga Puja CelebrationGuwahatiToday Subhao Sasthi
samimsultana

samimsultana

Related Posts

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d