Mouzdari system will soon be abolished in the state: ৰাজ্যত শীৰ্ঘেই বিলুপ্ত হ’ব মৌজদাৰী প্ৰথা 

অচিৰেই ৰাজ্যত প্ৰৱৰ্তন হ'ব ই- খাজনা

e khazana

Mouzdari system will soon be abolished in the state:

➡️ৰাজ্যত শীৰ্ঘেই বিলুপ্ত হ’ব মৌজদাৰী প্ৰথা ৷

➡️অচিৰেই ৰাজ্যত প্ৰৱৰ্তন হ’ব ই- খাজনা ৷

➡️সদৌ অসম মৌজাদাৰ সন্থাই ই- খাজনা প্ৰৱৰ্তন নকৰিবলৈ চৰকাৰক জনাইছিল আহ্বান।

➡️মৌজাদাৰ সন্থাৰ আহ্বানলৈোচৰকাৰে নিদিলে সহাৰি ৷

➡️ই-খাজনাৰ প্ৰৱৰ্তনৰ লগে লগে ৰাইজে ভৰিব লাগিব অতিৰিক্ত পঞ্জীয়ন মাচুল ৷

➡️অৱশ্যে ই- খাজনাৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈয়ো চৰকাৰে কৰা নাছিল কাৰ্যকৰী ৷

➡️নতুন নিয়ম প্ৰৱৰ্তন কৰিয়ো অফলাইনটো খাজনা আদায়ৰ ব্যৱস্থা ৰাখিছে চৰকাৰে ৷

➡️ই-খাজনাৰ ব্যৱস্থাত ভূমি পট্টাৰেও সংযুক্ত হ’ব পট্টাদাৰৰ আধাৰ কাৰ্ড ৷

➡️নতুন ব্যৱস্থাত এতিয়াৰ পৰা মাত্ৰ পট্টাদাৰেহে আদায় দিব পাৰিব ই- খাজনা ৷

Exit mobile version