Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

China’s garlic is filling the market:জনস্বাস্থ্যৰ ক্ষতিৰ আশংকা : চীনৰ নহৰুৰে ভৰিছে বজাৰ

দেশত উৎপাদিত নহৰুৰ অত্যধিক মূল্যবৃদ্ধিৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে, নির্বিকাৰ ভূমিকা যোগান বিভাগৰ

samimsultana by samimsultana
October 7, 2024
in Assam, India, News
Reading Time: 2 mins read
0
China’s garlic is filling the market:জনস্বাস্থ্যৰ ক্ষতিৰ আশংকা : চীনৰ নহৰুৰে ভৰিছে বজাৰ
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

China’s garlic is filling the market:

ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ নিষ্ক্রিয়তাত চৌদিশৰ বজাৰত চীনত উৎপাদিত নহৰুৱে ভৰি পৰাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াভাবে দেশত উৎপাদিত নহৰুৰ অত্যধিক মূল্যবৃদ্ধি ঘটিছে। ইয়াৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চীনত উৎপাদিত নহৰু আনি বজাৰ ভৰাই পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে ঘটনা মধ্য অসমৰ চুলুং, ৰূপহী, লাওখোবা, ধিং, শান্তিজান, মৈৰাবাৰী বজাৰতো সংঘটিত হৈছে। প্রাপ্ত তথ্য অনুসৰি, দেশত উৎপাদিত প্রতি কিলোগ্রাম নহৰুৰ

ADVERTISEMENT

পইকাৰী মূল্য ২৬০ টকা আৰু খুচুৰা মূল্য ৩২০ টকা। ইয়াৰ বিপৰীতে প্ৰতি কিলোগ্রাম চীনা নহৰুৰ পাইকাৰী মূল্য ২৫০ টকা আৰু খুচুৰা মূল্য ২৮০ টকা। গতিকে চীনা নহৰুৰ প্ৰতি বহু গ্রাহক আকর্ষিত হৈছে। সুবিধা বুজি একাংশ ব্যৱসায়ীয়ে বজাৰত নহৰুৰ কৃত্রিম নাটনিৰো সৃষ্টি কৰিছে। লক্ষ্যণীয় যে সাধাৰণতে অসমলৈ মধ্য প্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা নহৰু আহে। এনে নহৰুৰ দাম সম্প্রতি আকাশলংঘী হৈছে। ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে শ্বিলঙৰ পৰা কম দামত চীনা নহৰু কিনি আনি অসমৰ বজাৰত বিক্ৰী কৰিবলৈ লৈছে।

দেশত উৎপাদিত নহৰুতকৈ চীনা নহৰুৰ আকাৰ ডাঙৰ। সাধাৰণতে চীনা নহৰুৰ পৰা বেয়া নহৰু নোলায়। অৱশ্যে শ্বিলঙৰ কোন ব্যৱসায়ীয়ে চীনা নহৰু আনে সেয়া পোহৰলৈ অহা নাই। আনহাতে, অজ্ঞতাবশতভাৱেও দেশত উৎপাদিত নহৰু বুলি চীনা নহৰুকে বহুতে ক্রয় কবি আহিছে। এই ক্ষেত্ৰত এটা বিপজ্জনক দিশ পোহৰলৈ আহিছে।

কাৰণ মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা অহা নহৰুৰ মান পৰীক্ষা কৰাৰ পাছতহে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াৰ বিপৰীতে চীন দেশত উৎপাদিত আকাৰ ডাঙৰ। সাধাৰণতে চীনা নহৰুৰ পৰা বেয়া নহৰু নোলায়। অৱশ্যে শিলঙৰ কোন ব্যৱসায়ীয়ে চীনা নহৰু আনে সেয়া পোহৰলৈ অহা নাই। আনহাতে, অজ্ঞতাবশতভারেও দেশত উৎপাদিত নহৰু বুলি চীনা নহককে বহুতে ক্রয় কবি আহিছে। এই ক্ষেত্রত এটা বিপজ্জনক দিশ পোহৰলৈ আহিছে।

অর্থাৎ কোনোধৰণৰ বৈজ্ঞানিক পৰীক্ষা অবিহনে ট্রাকে ট্রাকে অসমত চীনা নহৰু প্রবেশ কৰি আছে। অৱশ্যে ৰঙা আক সেউজীয়া ৰঙৰ বস্তাত অহা চীনা নহৰুৰ বস্তাৰ ওপৰত স্পষ্টভাৱে ‘প্রডাক্ট অৱ চাইনা’ (চীনত উৎপাদিত সামগ্রী) বুলি লিখা থাকে।

ইপিনে, এনে অসাধু বেহাৰ স’তে নগাঁৱৰ হয়বৰগাঁৱৰ দুজন ব্যৱসায়ী আৰু কলিয়াবৰৰ চুলুঙৰ মাইনুল আৰু ৱাহিদুৰ নামৰ দুজন লোক জড়িত বুলি একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিছে। প্রাপ্ত তথ্য অনুসৰি, নগাঁৱৰ বৰবজাৰ,গাহৰি বজাৰ খ্যাত বৃহৎ পাইকাৰী বজাৰৰ লগতে চুলুঙৰ পাইকাৰী বজাৰলৈ দৈনিক শ্বিলঙৰ পৰা চীনা নহৰু আমদানি ঘটি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: China's garlicfilling the marketNagaon
samimsultana

samimsultana

Related Posts

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

September 9, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d