Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State BJP is planning to make major organizational changes soon:পুনৰ অসম আগমন ফণীন্দ্ৰ !

২০২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ, শীঘ্ৰে ৰাজ্যিক বিজেপিত ব্যাপক সাংগঠনিক সাল-সলনিৰ যো-জা

samimsultana by samimsultana
October 7, 2024
in Assam, India, News
Reading Time: 2 mins read
0
State BJP is planning to make major organizational changes soon:পুনৰ অসম আগমন ফণীন্দ্ৰ !
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

State BJP is planning to make major organizational changes soon:

দেশজুৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। বিগত লোকসভা নির্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভত ব্যর্থ হোৱাৰ উপৰি কে’বাখনো ৰাজ্য হেৰুৱাইছে বিজেপিয়ে। দললৈ অহা এনে প্রত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত নেতৃত্বই বিভিন্ন কৌশল ৰূপায়ণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে কাৰণতে কে’বাখনো ৰাজ্যত ভিন ভিন স্তৰত সাংগঠনিক নেতৃত্বৰ সাল-সলনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। অসম এনে ৰাজ্যৰ অন্যতম। অসমতো বিজেপি বিৰোধী পৰিৱেশ ক্রমে শক্তিশালী হৈছে। অথচ যিকেইখন ৰাজ্যৰ ওপৰত দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অধিকতৰ আস্থা আছে, তাৰ ভিতৰত অসম অন্যতম। ২০২৬ত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

ADVERTISEMENT

এই নির্বাচনত বিজেপিৰ বাবে যাতে অসমত বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত নহয়, তাৰ প্ৰতি ৰাষ্ট্ৰীয় নেতৃত্ব এতিয়াৰে পৰা সচেষ্ট হৈছে। সেই সচেতনতাৰ অংশ হিচাপে ৰাজ্যিক বিজেপিত কিছু সাল-সলনিৰ পোষকতা কৰা হৈছে। সেই অনুসৰিয়ে দলৰ সাংগঠনিক দিশটোত গুৰুত্ব দিবলৈ সলনি কৰিব বিচৰা হৈছে সাংগঠনিক সাধাৰণ সম্পাদক পদটোত।

তাৰ ভিত্তিতে অসমলৈ পুনৰ ওভতাই আনিব বিচৰা হৈছে ফণীন্দ্ৰ নাথ শৰ্মাক। বর্তমান এই পদটোত কাৰ্যনিৰ্বাহ কৰি আছে জি আৰ ৰবীন্দ্ৰ ৰাজুৱে। হাৰিয়ানাৰ পৰা আনি যোৱা লোকসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে ৰাজুক এই নিযুক্তি দিয়া হৈছিল।

আনহাতে, ৰাজুৰ স্থানত নিযুক্তি দিয়া হৈছিল ফণীন্দ্ৰ নাথ শৰ্মাক। ৰাজুক নতুনকৈ ক’ত নিযুক্তি দিয়া হ’ব সেয়া স্পষ্ট নহ’লেও শর্মাক অসমত নিযুক্তি দিব বিচৰাটো নিশ্চিত হৈছে। বিধানসভা নির্বাচনলৈ প্রায় ১৬ মাহ থকা অৱস্থাত শর্মাক পুনৰ অসমৰ দায়িত্ব দিব বিচৰা হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো সম্মতি প্রদান কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে শৰ্মা সংঘৰ পূৰ্ণাংগ কর্মকর্তা।বিজেপিৰ সূত্ৰই লগতে জনায় যে শর্মাই দায়িত্ব লোৱাৰ পাছত সাংগঠনিক দিশতো পৰিৱৰ্তন অনা হ’ব। যিহেতু শর্মাই দীর্ঘদিন অসমত কাম কৰিছে, গতিকে তেনে বিষয়ত বিশেষ জটিলতাৰ সৃষ্টি নহ’ব বুলিয়ে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভাবে।

প্রসংগক্রমে উল্লেখ্য যে বিভিন্ন বিষয়ক লৈ বিজেপি বর্তমান অসমত যথেষ্ট প্রত্যাহ্বানমূলক সময়ৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে। বিৰোধীও ক্রমে শক্তিশালী হৈ উঠিছে। এনে ক্ষেত্রত অসমৰ দৰে ৰাজ্য এখনত মাত্র দুটা কাৰ্যকালৰ পাছতে চৰকাৰ হেৰুওৱাৰ পক্ষত বিজেপি নাই। সেয়েহে সাংগঠনিক সাল-সলনিৰ জৰিয়তে বিবিধ পৰিৱৰ্তন আনিবলৈ দলটোৱে সিদ্ধান্ত লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: major organizational changes soonPhanindra Nath SarmaState BJP is planning
samimsultana

samimsultana

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d