CM inaugurates LED streetlight project in Guwahati:গুৱাহাটীত এলইডি ষ্ট্ৰীটলাইট প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ

streetlight

CM inaugurates LED streetlight project in Guwahati:

➡️মহানগৰীক পোহৰাই মহানগৰীবাসীক সুৰক্ষাৰ দিশত চৰকাৰৰ পদক্ষেপ।

➡️এলইডি ষ্ট্ৰীটলাইট প্ৰকল্প মুকলি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷

➡️চচলত নিৰ্মাণ স্মার্ট এলইডি ষ্ট্ৰীটলাইট প্ৰকল্প ৷

➡️১০ হাজাৰ স্মার্ট এলইডি ষ্ট্ৰীটলাইটেৰে উজলিব মহানগৰীৰ ৯৪৪টা উপ-পথ।

➡️৮৩ কোটি ৯৬ লাখ টকাৰে ব্যয় এই প্ৰকল্প ৷

➡️কোনো স্থানত লাইট নজ্বলিলে মহানাগৰিকে ফোন কৰিলেই তৎক্ষণাত জ্বলি উঠিব লাইট ৷

➡️চচলৰ কন্ট্ৰল ৰোমৰ পৰা নিয়ন্ত্ৰিত হ’ব এলইডি ষ্ট্ৰীটলাইট ৷

Exit mobile version