Huge statue of Goddess Durga in Nagaon:
দেৱী বন্দনাৰে মুখৰিত আকাশ – বতাহ ৷ আটকধুনীয়া ৰূপত সজ্জিত হৈছে পূজা মণ্ডপ সমূহ। দুৰ্গা পূজাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে পূজামণ্ডপসমূহে।
ADVERTISEMENT
চহৰ খনৰ হয়বৰগাঁও শণি মন্দিৰ পথ দুৰ্গা পূজা কমিটিয়ে এইবাৰ সুবিশাল প্ৰতিমা নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,শণি মন্দিৰ পথ দুৰ্গা পূজা কমিটিয়ে বিগতবৰ্ষত ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰাৰে সাজি উলিয়াইছিল ‘কইন টেম্পল ‘।