Sunita will vote in the presidential election from space: মহাকাশৰ পৰাই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব সুনীতাই

usa 1

Sunita will vote in the presidential election from space:

প্রযুক্তিগত সমস্যাৰ কাৰণত যোৱা জুনৰ পৰা আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ত আবদ্ধ হৈ আছে ভাৰতীয় বংশোদ্ভূত মার্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ

এইবাৰ মহাকাশৰ পৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব সুনীতাই। ইয়াৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্র নাছাই। বর্তমানে পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত অৱস্থিত আইএছএছত আছে সুনীতা।

১৯৯৭ৰ পৰা আইএছএছৰ পৰা আমেৰিকাৰ নিৰ্বাচনত ভোটদানৰ সুবিধা লাভ কৰি আহিছে মার্কিন মহাকাশচাৰীয়ে ।

Exit mobile version