Ratan Tata’s funeral held through parsi rituals:
➡️অন্তিম শয়নত ভাৰতীয় উদ্যোগ জগতৰ মহীৰূহ ৰতন টাটা ৷
➡️ৰতন টাটাৰ অন্তিম যাত্ৰাৰ অংশগ্ৰহণ অগণন অনুৰাগীৰ ৷
➡️অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানি আৰু তেওঁৰ পত্নী নীতা আম্বানিৰ ৷
➡️পাৰ্চী ৰীতি- নীতি অনুসৰি সম্পন্ন হয় অন্তোষ্টিক্ৰিয়া ৷
