Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত বর্ণিল কার্যসূচীৰে কেন্দ্ৰীয় অনুষ্ঠান, দলক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সদস্যভৰ্তিৰ বাবে মুকল ফোন নম্বৰ, অগপৰ গৌৰৱোজ্জ্বল সংগ্ৰামী পতাকাৰ তলত সমবেত হবলৈ আহ্বান সভাপতি অতুল বৰাৰ

samimsultana by samimsultana
October 14, 2024
in India, Assam, News
Reading Time: 4 mins read
0
AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
1
SHARES
12
VIEWS
ShareShareShareShare

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon:

৪০ বছৰীয়া হ’ল অসম গণ পৰিষদ ৷ ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত গোলাঘাট চহৰত জন্মলাভ কৰা অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাজ্যজুৰি উদযাপন কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ চাবুৱাত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।

ADVERTISEMENT

atul 10দলটোৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আৰু চাবুৱা সমষ্টি সমিতিৰ উদ্যোগত জেৰাই ৰজা চুক খেলপথাত বিশাল দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত ৰাতিপুৱা প্ৰভাতী সংগীত, দলীয় নেতৃত্বক সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনাৰ পিছত দলৰ পতাকা উত্তোলন কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। শ্বহীদ তৰ্পন কাৰ্য্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। শ্বহীদ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সতীৰ্থ সোৱঁৰণ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে।

RelatedPosts

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

Agp Central Executive Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা লোকসভা নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

atul 8কেইবা সহস্ৰাধিক দলীয় সদস্য, বিষয়ববীয়া আৰু শুভাকাঙ্খী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সভাপতি তথা মন্ত্ৰী অতুল বৰাই। সভাপতিৰ ভাষণ বৰাই অসম গণ পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদী দৰ্শনে জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধিৰ মূল কাৰক। বৰাই কয় যে, জন্মৰ আঁৰত অসম গণ পৰিষদৰ সংগ্ৰাম আৰু ত্যাগ আছে।বৰাই জাতীয় শ্বহীদ সকলক স্মৰন কৰি আজি ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাই গাঁৱত আয়োজিত অগপৰ ৪০তম প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধা জনোৱাৰ লগতে সকলো দলীয় কৰ্মীকে প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে।

atul 4বৰাই এই ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসত দলৰ গৌৰৱময় পতাকাৰ তলত থিয় হৈ পুনৰবাৰ অসমৰ জাতীয় জীৱন, জাতীয়তাবাদক শক্তিশালী কৰাৰ অঙ্গীকাৰ প্ৰকাশ কৰে। অসম মাতৃৰ বুকুত আঞ্চলিকতাবাদৰ পতাকা সগৌৰৱেৰে ধৰি অসমৰ ৰাইজৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৰাই কয় যে, দলে অসমৰ স্বাৰ্থত জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ অসমৰ ৰাইজক সেৱা কৰি যাব। অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষা আৰু ৰাজ্যখনৰ বিকাশৰ বাবে দলৰ প্ৰতিগৰাকী সদস্য দায়বদ্ধ বুলি উল্লেখ কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ মাজত বিশ্বাস আৰু একতাৰ মাজেৰে অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে দলে কাম কৰি যাব বুলিও সভাপতি বৰাই মন্তব্য কৰে। দিন বাগৰাৰ লগে লগে আঞ্চলিকতাবাদৰ প্ৰাসংঙ্গীকতা আৰু গুৰুত্ব অধিক বৃদ্ধি পাইছে বুলি মতপোষণ কৰি বৰাই সকলো দলীয় সদস্যকে জনসাধাৰণৰ কাষত থাকি দলৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

atul 2দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, দলৰ তৃণমূল সদস্যসকল হৈছে দলটোৰ মূল চালিকা শক্তি। দলক সৰ্বস্তৰতে শক্তিশালী কৰা তৃণমূল পৰ্য্যায়ৰ সদস্যসকলৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি মহন্তই কয় যে, সভাপতি অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দল এক ঐক্যবদ্ধ শক্তি। অসমৰ প্ৰতিটো জাতীয় বিষয়ত দলে অতি গুৰুত্ব সহকাৰে আৰু ধাৰাবাহিক ভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে। অসম গণ পৰিষদ দল এক আঞ্চলিকতাবাদী দল হলেও দলৰ এক সৰ্বভাৰতীয় দৃষ্টিভঙ্গী আছে। ৰাজ্যখনৰ উন্নয়ণৰ স্বাৰ্থত, ৰাজ্য খনৰ সমস্যাসমূহ সমাধানৰ স্বাৰ্থত সময়ৰ আহ্বান দলে মানি চলিবলগীয়া হৈছে। দলে মূল লক্ষ্য আৰু আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ বুলি মহন্তই মন্তব্য প্ৰকাশ কৰে।

atul 5আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক তথা সাধাৰণ সম্পাদক পোনাকণ বৰুৱাই। উদ্দেশ্য ৰাখ্যা কৰে সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। মুকলি সভাত দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, তোলন কোৱঁৰ, ড: তপন দাস, জ্যোতিমণি মৰাণ, উপ-সভাপতি কুমাৰ দীপক দাস, পৃথ্বীৰাজ ৰাভা, জ্যোতিষ দাস, তুলসী গগৈ, দিগন্ত শইকীয়া, পুতুল সোণোৱাল, পুতুল বৰুৱা, মামনি বৰা, অপূৰ্ব ভট্টাচাৰ্য্য, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা,ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি দলটোৰ সকলো শীৰ্ষ নেতৃত্ব আৰু জিলা সমিতি সমূহ, সমষ্টি সমিতিসমূহৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

atul 3উল্লেখ্য যে,১৯৮৫ চনৰ আজিৰ দিনটোতে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল ৷ আজি দলটোৰ গৌৰৱোজ্জ্বল ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল’বৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগপৰ নেতা-কৰ্মীৰ উপস্থিতিত উখলমাখল পৰিবেশৰ সৃষ্টি হৈছে জেৰাই গাঁৱত ৷  মনকৰিবলগীয়া যে,এই জেৰাই গাঁৱৰে সন্তান আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা ৷

atul 6আনহাতে অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস নলবাৰী, জালুকবাৰী, বৰপেটা, ভৱানীপুৰ-সৰভোগ, বঙাইগাওঁ, গোলাঘাট, যোৰহাট, বোকাখাত, কলিয়াবৰ, নগাওঁ, লখিমপুৰ, বিহপুৰীয়া, মাজুলী, মৰিগাওঁ, বিশ্বনাথ, তেজপুৰ, মঙ্গলদৈ, দলগাওঁ, ছিপাঝাৰ, ছয়গাওঁ, গৌৰীপুৰ, ধুবুৰী, গোৱালপাৰা, দুধনৈ, অভায়াপুৰী, ৰঙিয়া, কমলপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, তামুলপুৰ, ডিমৰীয়া, বৰক্ষেত্ৰী, টিহু, বজালী, হাজো, পলাশবাৰী, বকো, বিলাসীপাৰা আদি বিভিন্ন সমষ্টিত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।

1tul 11দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত নিউ গুৱাহাটী সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলৰ পতাকা উত্তোলন কৰে দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। এই উপলক্ষে মুখ্য কাৰ্য্যালয়ত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। সন্ধিয়ালৈ মুখ্য কাৰ্য্যালয়ৰ লগতে সকলো জিলা আৰু বিধান সভা সমষ্টি সমিতিৰ কাৰ্য্যালয়ত বন্তি প্ৰজ্বলন কৰা হয়।

atul 9

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP 40th Foundation DayatulboraCentral ProgrammeDibrugarh JeraigaonKeshab Mahanta
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d