Maharashtra and Jharkhand Assembly polls dates announced:দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনৰ দিন ঘোষনা

eco new

Maharashtra and Jharkhand Assembly Polls dates Announced:

➡️দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল ৷

➡️সংবাদমেল সম্বোধন মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ ৷

➡️মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা ৷

➡️অসমৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনৰ দিন ঘোষনা ৷

➡️চামগুৰি,ধলাই,ছিদলী,বঙাইগাঁও আৰু বিহালীৰ নিৰ্বাচন হ’ব ১৩ নৱেম্বৰত ৷

➡️মহাৰাষ্ট্ৰত নিৰ্বাচন অনুষ্ঠিত হ’ব এটা পৰ্যায়ত ৷

➡️২০ নৱেম্বৰত হ’ব মহাৰাষ্ট্ৰৰ নিৰ্বাচন ৷

➡️ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন হ’ব দুটা পৰ্যায়ত ৷

➡️প্ৰথম পৰ্যায়ত হ’ব ১৩ নৱেম্বৰত ৷

➡️দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ’ব ২০ নৱেম্বৰত ৷

➡️মহাৰাষ্ট্ৰ , ঝাৰখণ্ড বিধানসভা আৰু অসম সহ দেশৰ আন আন ৰাজ্যৰ উপ- নিৰ্বাচনৰ ভোট গণনা হ’ব ২৩ নৱেম্বৰত ৷

➡️মহাৰাষ্ট্ৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা ২৮৮ ৷

➡️ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা ৮১ খন ৷

Exit mobile version