Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Excavation on 30 hectares:এক হেক্টৰৰ অনুমতি লৈ ৩০ হেক্টৰত খনন

চৰকাৰী পৃষ্ঠপোষকতাতে প্রকৃতি ধ্বংসযজ্ঞ চলাইছে কুখ্যাত আৰএছ গান্ধীয়ে, খনন বন্ধৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৰাজ্য চৰকাৰকে তদন্তৰ নিৰ্দেশ

publisher by publisher
June 18, 2025
in Assam, News
Reading Time: 2 mins read
0
Excavation on 30 hectares:এক হেক্টৰৰ অনুমতি লৈ ৩০ হেক্টৰত খনন
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Excavation on 30 hectares:

ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে শিল খনন নামত এটা বৃহৎ চক্রই অবাধে চলাই গৈছে ভয়াৱহ প্রকৃতি ধ্বংসযজ্ঞ। এই প্রকৃতি ধ্বংসযজ্ঞ তথা শিল খনন বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আনকি আইন বহির্ভূতভাৱে অব্যাহত থকা শিল খননৰ বিৰুদ্ধে তদন্তৰো নিৰ্দেশ দিছে ন্যায়ালয়ে।

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যৰ কে’বাটাও প্রান্তত এক বা দুবছৰৰ নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট অঞ্চলত শিল খননৰ অনুমতি লৈ কোটি কোটি টকাৰ ৰাজহ ফাকিৰে ৰাজনৈতিক আশিসপুষ্ট এটা চক্রই আইনবহির্ভূতভাৱে শিল খনন অব্যাহত ৰাখি বনাঞ্চলৰ বৃহৎ অংশ ধ্বংস কৰি পেলাইছে।

তথ্যসহ এই অবৈধ শিলখননৰ বিৰুদ্ধে প্রকৃতিপ্রেমী দিলীপ নাথে উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে আৰু এই গোচৰটো পঞ্জীয়ন কৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ে শীঘ্ৰে এই খনন বন্ধৰ লগতে তদন্তৰ নিৰ্দেশ দিয়ে বুলি নাথে সদৰী কৰিছে।

ইফালে, এই বনাঞ্চল ধ্বংসযজ্ঞত অন্যতম ভূমিকা পালন কৰিছে কুখ্যাত ৰণৰীৰ সিং গান্ধী ওৰফে আৰএছ গান্ধীয়ে। ৰাজনৈতিকভাবে শক্তিশালী এই গান্ধীয়ে এবছৰৰ বাবে এক হেক্টৰ অঞ্চলত শিল
খননৰ অনুমতি লৈ আজি কমেও ছয়-সাত বছৰে ৩০ হেক্টৰো অধিক অঞ্চলত অবৈধভাৱে শিল খনন কৰাৰ অভিযোগ উঠিছে।

তথ্য অনুসৰি, নগাঁও বন সংমণ্ডলৰ অধীনৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অঞ্চলৰ এক হেক্টৰ ভূমিত গান্ধীক শিল খননৰ অনুমতি প্রদান কৰিছিল ৰাজ্য চৰকাৰে। এফপি/এএছ/কিউআৰৱাই/২৭/০২/২০১৭ নম্বৰৰ নিৰ্দেশনাৰ জৰিয়তে গান্ধীয়ে উল্লিখিত অঞ্চলত খননৰ অনুমতি লাভ কৰাৰ পাছতে উক্ত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিব বিচাৰিছিল যদিও ভূমিখিনি প্ৰথম শ্ৰেণীৰ সংৰক্ষিত বনাঞ্চল হোৱা বাবে হৈ নুঠিল। অৱশ্যে ২০১৭ৰ ২২ আগষ্টত গান্ধীয়ে এবছৰৰ বাবে শিল খনৰৰ বাবে পৰিৱেশগত অনুমোদন (এনভায়ৰ্ণমেন্ট ক্লিয়াৰেন্স) লাভ কৰে যদিও ইয়াৰ ম্যাদ ২০১৮ৰ ২১ আগষ্টত অন্ত পৰে।

ম্যাদ শেষ হোৱাৰ পাছত কোনো পর্যায়ত দ্বিতীয়বাৰৰ বাবে অনুমতি প্রদান কৰা নাই আৰু এই সন্দৰ্ভত ৰাজহ জমা দিয়াৰো কোনো তথ্য নাই; কিন্তু গান্ধীয়ে ম্যাদ শেষ হোৱাৰ পাছতো চৰকাৰী পৃষ্ঠপোষকতাত বিয়াগোম বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ চকুৰ সন্মুখত বিনা বাধাই হেক্টৰ হেক্টৰ ভূমি খনন কাৰ্য অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে সূত্রত প্রকাশ যে কুখ্যাত এই গান্ধী বাহিনীয়ে এতিয়াও নির্দিষ্ট অঞ্চলৰ সীমা অতিক্ৰম কৰি বহু ভিতৰলৈ বনাঞ্চল ধ্বংস কৰি শিল খনন অব্যাহত ৰাখিছে। উপগ্ৰহৰ চিত্ৰই বন ধ্বংসৰ ভয়াৱহ ছবি দাঙি ধৰিছে। কেৱল গান্ধীয়েই নহয়, আন কে’বাজনো ঠিকাদাৰেও আইনবহির্ভূতভাবে শিল খনন অব্যাহত ৰখাৰ অভিযোগ উঠিছে।

ইয়াৰ ভিতৰত নগাঁও দক্ষিণ সংমণ্ডলৰ অন্তৰ্গত ডবকা সংৰক্ষিত বনাঞ্চলত অলিউৰ ৰহমান লস্কৰ নামৰ ঠিকাদাৰজনক এক হেক্টৰ ভূমিত শিল খননৰ অনুমতি প্রদান কৰা হৈছিল। ২০১৭ৰ ২৫ আগষ্টত লস্কৰক পাঁচ বছৰৰ বাবে শিল খননৰ বাবে পৰিৱেশগত অনুমতি প্রদান কৰা হৈছিল; কিন্তু এই সীমা অতিক্ৰম কৰি কে’বা কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰি লস্কৰে শিল ভাঙি আছে বুলি অভিযোগ উঠিছে। একেদৰে তেতেলীয়া বাঘৰা সংৰক্ষিত বনাঞ্চলত অনুমতি বিহীনভাৱে ঠিকাদাৰ ৰাহুল চন্দ্ৰ বৰদলৈয়ে পাহাৰ খনন অব্যাহত ৰখাৰ লগতে ডবকা সংৰক্ষিত বনাঞ্চলত ঠিকাদাৰ জিয়াউৰ ৰহমানে ভুৱা নথি দাখিল কৰি এক হেক্টৰৰ ভূমি শিল খননৰ অনুমতি লাভ কৰিছিল বুলি অভিযোগ উঠিছে।

উল্লেখ্য যে এই সমগ্র অবৈধ কাৰ্য চৰকাৰ শীৰ্ষ মহলৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অব্যাহত থকাৰ অভিযোগ উঠিছে। যাৰ ফলত গান্ধী বাহিনীয়ে আইনবহির্ভূতভাৱে শিল খনন কৰি অবাধ হাৰত বনাঞ্চল ধ্বংস অব্যাহত ৰাখিছে। তদপৰি, এই অবৈধ খননৰ উপগ্ৰহীয় চিত্রসহ বহু তথ্য আদালতত দাখিল কৰিছে গোচৰকাৰীয়ে। অহা ৩০ জুলাইত গোচৰটোৰ শুনানি গ্রহণ কৰিব আদালতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Excavation on 30 hectaresquarrying rocksSupreme Court
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d