State Chief Electoral Officer Anurag Goel’s press conference at Janata Bhawan:জনতা ভৱনত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

anurag goel

State Chief Electoral Officer Anurag Goel’s Press conference at Janata Bhawan:

➡️জনতা ভৱনত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল ৷

➡️ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নির্বাচন সন্দৰ্ভত সংবাদমেল।

➡️আজিৰ পৰা আৰম্ভ মনোনয়ন দাখিল পৰ্ব ৷

➡️২৫ অক্টোবৰত মনোনয়ন দাখিলৰ অন্তিম দিন।

➡️১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৫ সমষ্টিৰ উপ-নির্বাচন ৷

➡️২৩ নৱেম্বৰত হ’ব ভোট গণনা ৷

➡️ছিদলী, বঙাইগাঁও,ধলাই, চামগুৰি, বিহালীত হ’ব উপ-নির্বাচন ৷

➡️উপ-নির্বাচন হ’ব সমষ্টিৰ পুৰণি সীমাৰ ভিত্তিতে ৷

➡️ছিদলীত মুঠ ভোটাৰৰ সংখ্যা ২,১৭,২৩৬গৰাকী ভোটাৰ ৷

➡️ধলাইত মুঠ ভোটাৰৰ সংখ্যা১,৯৭,৬৪২গৰাকী ৷

➡️চামগুৰিত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৮৫৪গৰাকী ৷

➡️বিহালী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৩২,৫৭৮গৰাকী ৷

➡️বঙাইগাঁৱত ভোটাৰৰ সংখ্যা ১,৮২,৩৫৪ গৰাকী ভোটাৰ ৷

➡️বঙাইগাঁৱত ভোট কেন্দ্ৰৰ সংখ্যা ২৪৬টা, চামগুৰিত ১৯৭ টা, ছিদলীত ২০৩ টা,ধলাইত ২০৮ টা আৰু বিহালীত ভোটগ্রহণ কেন্দ্রৰ সংখ্যা ১৫৪ টা ৷

Exit mobile version