Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Deepika Padukone is the most beautiful woman in the world:বিশ্বৰে সবাতোকৈ সুন্দৰীৰ তালিকাত দীপিকা পাডুকন

১০ গৰাকীৰ সৰ্বোচ্চ স্থান দখল ব্রিটিছ অভিনেত্রী জুডি ক'মেৰৰ

samimsultana by samimsultana
October 19, 2024
in India, News
Reading Time: 2 mins read
0
Deepika Padukone is the most beautiful woman in the world:বিশ্বৰে সবাতোকৈ সুন্দৰীৰ তালিকাত দীপিকা পাডুকন
1
SHARES
13
VIEWS
ShareShareShareShare

Deepika Padukone is the most beautiful woman in the world:

বিশ্বৰে ১০ সবাতোকৈ সুন্দৰীৰ তালিকাত স্থান লাভ কৰিলে বলিউদৰ মোহময়ী অভিনেত্রী দীপিকা পাডুকনে। জনপ্রিয় অভিনেত্ৰী গৰাকীয়ে তালিকাখনত নৱম স্থান দখল কৰিছে। ‘সোণালী অনুপাত’ (গ’ল্ডেন বেচিশ’) শীর্ষক এক প্রাচীন গ্রীক ধাৰণাৰ ভিত্তিত ব্রিটিছ প্লাষ্টিক ছার্জন ডাঃ জুলিয়ান ডি ছিলভাই এই তালিকা প্রস্তুত কৰে।

ADVERTISEMENT

padukan 4এই সোণালী অনুপাত ধাৰণাৰ জৰিয়তে মুখমণ্ডলৰ বিভিন্ন উপাদান যেনে নাক, চকু আদিৰ গঠনৰ সুষমতা বিচাৰ কৰা হয়। অর্থাৎ এজন ব্যক্তিৰ মুখমণ্ডলক আকর্ষণীয় কৰাত ভূমিকা পালন কৰা চকু, ওঁঠ আদিৰ গঠন এই ক্ষেত্ৰত লক্ষ্য কৰা হয়। এনে দিশ বিচাৰ কৰি ডাঃ ছিলভাই বিশ্বৰে ১০ সবাতোকৈ সুন্দৰী নাৰীৰ এক তালিকা প্ৰস্তুত কৰিছে।

RelatedPosts

Pathaan : ৭০০ কোটিৰ ব্যৱসায় সম্পন্ন , লক্ষ্য এতিয়া ১০০০ কোটিৰ ক্লাবৰ

Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

ইয়াৰ পূর্বে তেওঁ বিশ্বৰে ১০ সুদর্শন পুৰুষৰো এক তালিকা প্রকাশ কৰে । এই তালিকাত ভাৰতীয় অভিনেতা শ্বাহৰুখ খানেও স্থান লাভ কৰে। সম্প্ৰতি ডাঃ ছিলভাই প্ৰকাশ কৰা বিশ্বৰে ১০ সবাতোকৈ সুন্দৰীৰ তালিকাত নৱম স্থান দখল কৰিছে অভিনেত্রী দীপিকাই। মুখমণ্ডলৰ বিভিন্ন উপাদানৰ সুষমতাৰ সাংখ্যিক মান দিয়া হয়। এই ১০ সুন্দৰীৰ তালিকাত সর্বোচ্চ স্থান দখল কৰিছে ব্ৰিটিছ অভিনেত্রী জুডি ক’মেৰে।

তেওঁ মুখমণ্ডলৰ বিভিন্ন উপাদানৰ সুষমতাৰ অনুপাত হৈছে ৯৪.৫২ শতাংশ। আনহাতে, তালিকাখনত দ্বিতীয় স্থান লাভ কৰা আমেৰিকান অভিনেত্রী জেণ্ডয়াৰ মুখমণ্ডলৰ সুষমতা হৈছে ৯৪.৩৭ শতাংশ। তৃতীয় স্থানত থকা মডেল বেলা হাডিডৰ এই সুষমতা হৈছে ৯৪.৩৫ শতাংশ। তালিকাখনত স্থান লাভ কৰা আন পাঁচগৰাকী সুন্দৰী হৈছে এৰিয়ানা গ্ৰেণ্ড (পঞ্চম), টেইলৰ ছুইফ্ট (ষষ্ঠ), জর্দান ডুন (সপ্তম), কিম কার্ডাম্বিয়ান (অষ্টম), দীপিকা পাডুকন (নৱম) আৰু হোয়েন জুং (দশম)।

padukane 2আনহাতে, উক্ত তালিকাত প্রথম স্থান দখল কৰা ব্ৰিটিছ অভিনেত্রী ক’মেৰে ‘ভিলানেলী’ আৰু ‘কিলিং ইভ’ত কৰা অভিনয়ৰ বাবে বিপুল জনপ্রিয়তা অর্জন কৰি থৈছে। ১৯৯৩ত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীয়ে ২০০৮ত টেলিভিছনৰ অভিনয়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁৰ দ্বাৰা অভিনীত কেইখনমান ধাৰাবাহিক হৈছে ‘হলবাই চিটি’, ‘ছাইলেন্ট উইটনেছ’, ‘কামিং আপ’, ‘ল এণ্ড অৰ্ডাৰ’ আদি।

ইপিনে, ‘ওঁম শান্তি ওঁম’ আৰু ‘ৰাম লীলা’ ছবিত অভিনয়ৰ জৰিয়তে চৌদিশে ব্যাপক জনপ্রিয়তা লাভ কৰা ভাৰতীয় অভিনেত্রী দীপিকাই চকুৰ ছেলাউৰিৰ ক্ষেত্ৰত সর্বাধিক ৯৫.২ শতাংশ নম্বৰ লাভ কৰে। অৱশ্যে তেওঁ নাক আৰু কপালৰ ক্ষেত্ৰত লাভ কৰা নম্বৰ তুলনামূলকভাবে হ্রাস পায়। ফলত তালিকাখনত তেওঁৰ স্থান নিম্নগামী হয়।

padukan 3তৎসত্ত্বেও তেওঁ সামগ্রিকভাৱে ৯১.২২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, এই তালিকা সন্দৰ্ভত ডাঃ ছিলভাই সংবাদ মাধ্যমৰ আগত কয়, ‘জুডি ক’মেৰৰ মুখমণ্ডলৰ উপাদানসমূহৰ সুষমতাৰ দ্বাৰা তেওঁৰ মুখমণ্ডলৰ গঠনৰ পূৰ্ণতা প্রাপ্তি ঘটিছে। তেওঁৰ নাক আৰু ওঁঠে ৯৮.৭ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Deepika Padukoneworld most beautiful woman
samimsultana

samimsultana

Related Posts

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d