Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Deepika Padukone is the most beautiful woman in the world:বিশ্বৰে সবাতোকৈ সুন্দৰীৰ তালিকাত দীপিকা পাডুকন

১০ গৰাকীৰ সৰ্বোচ্চ স্থান দখল ব্রিটিছ অভিনেত্রী জুডি ক'মেৰৰ

samimsultana by samimsultana
October 19, 2024
in India, News
Reading Time: 2 mins read
0
Deepika Padukone is the most beautiful woman in the world:বিশ্বৰে সবাতোকৈ সুন্দৰীৰ তালিকাত দীপিকা পাডুকন
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Bollywood Marriage:বলিউডৰ কাৰ বিয়াত অতিথি আছিল মাত্র ৩৭ জন, কিন্ত খৰচ হৈছিল ৭৭ কোটি

আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

Deepika Padukone is the most beautiful woman in the world:

বিশ্বৰে ১০ সবাতোকৈ সুন্দৰীৰ তালিকাত স্থান লাভ কৰিলে বলিউদৰ মোহময়ী অভিনেত্রী দীপিকা পাডুকনে। জনপ্রিয় অভিনেত্ৰী গৰাকীয়ে তালিকাখনত নৱম স্থান দখল কৰিছে। ‘সোণালী অনুপাত’ (গ’ল্ডেন বেচিশ’) শীর্ষক এক প্রাচীন গ্রীক ধাৰণাৰ ভিত্তিত ব্রিটিছ প্লাষ্টিক ছার্জন ডাঃ জুলিয়ান ডি ছিলভাই এই তালিকা প্রস্তুত কৰে।

ADVERTISEMENT

এই সোণালী অনুপাত ধাৰণাৰ জৰিয়তে মুখমণ্ডলৰ বিভিন্ন উপাদান যেনে নাক, চকু আদিৰ গঠনৰ সুষমতা বিচাৰ কৰা হয়। অর্থাৎ এজন ব্যক্তিৰ মুখমণ্ডলক আকর্ষণীয় কৰাত ভূমিকা পালন কৰা চকু, ওঁঠ আদিৰ গঠন এই ক্ষেত্ৰত লক্ষ্য কৰা হয়। এনে দিশ বিচাৰ কৰি ডাঃ ছিলভাই বিশ্বৰে ১০ সবাতোকৈ সুন্দৰী নাৰীৰ এক তালিকা প্ৰস্তুত কৰিছে।

ইয়াৰ পূর্বে তেওঁ বিশ্বৰে ১০ সুদর্শন পুৰুষৰো এক তালিকা প্রকাশ কৰে । এই তালিকাত ভাৰতীয় অভিনেতা শ্বাহৰুখ খানেও স্থান লাভ কৰে। সম্প্ৰতি ডাঃ ছিলভাই প্ৰকাশ কৰা বিশ্বৰে ১০ সবাতোকৈ সুন্দৰীৰ তালিকাত নৱম স্থান দখল কৰিছে অভিনেত্রী দীপিকাই। মুখমণ্ডলৰ বিভিন্ন উপাদানৰ সুষমতাৰ সাংখ্যিক মান দিয়া হয়। এই ১০ সুন্দৰীৰ তালিকাত সর্বোচ্চ স্থান দখল কৰিছে ব্ৰিটিছ অভিনেত্রী জুডি ক’মেৰে।

তেওঁ মুখমণ্ডলৰ বিভিন্ন উপাদানৰ সুষমতাৰ অনুপাত হৈছে ৯৪.৫২ শতাংশ। আনহাতে, তালিকাখনত দ্বিতীয় স্থান লাভ কৰা আমেৰিকান অভিনেত্রী জেণ্ডয়াৰ মুখমণ্ডলৰ সুষমতা হৈছে ৯৪.৩৭ শতাংশ। তৃতীয় স্থানত থকা মডেল বেলা হাডিডৰ এই সুষমতা হৈছে ৯৪.৩৫ শতাংশ। তালিকাখনত স্থান লাভ কৰা আন পাঁচগৰাকী সুন্দৰী হৈছে এৰিয়ানা গ্ৰেণ্ড (পঞ্চম), টেইলৰ ছুইফ্ট (ষষ্ঠ), জর্দান ডুন (সপ্তম), কিম কার্ডাম্বিয়ান (অষ্টম), দীপিকা পাডুকন (নৱম) আৰু হোয়েন জুং (দশম)।

আনহাতে, উক্ত তালিকাত প্রথম স্থান দখল কৰা ব্ৰিটিছ অভিনেত্রী ক’মেৰে ‘ভিলানেলী’ আৰু ‘কিলিং ইভ’ত কৰা অভিনয়ৰ বাবে বিপুল জনপ্রিয়তা অর্জন কৰি থৈছে। ১৯৯৩ত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীয়ে ২০০৮ত টেলিভিছনৰ অভিনয়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁৰ দ্বাৰা অভিনীত কেইখনমান ধাৰাবাহিক হৈছে ‘হলবাই চিটি’, ‘ছাইলেন্ট উইটনেছ’, ‘কামিং আপ’, ‘ল এণ্ড অৰ্ডাৰ’ আদি।

ইপিনে, ‘ওঁম শান্তি ওঁম’ আৰু ‘ৰাম লীলা’ ছবিত অভিনয়ৰ জৰিয়তে চৌদিশে ব্যাপক জনপ্রিয়তা লাভ কৰা ভাৰতীয় অভিনেত্রী দীপিকাই চকুৰ ছেলাউৰিৰ ক্ষেত্ৰত সর্বাধিক ৯৫.২ শতাংশ নম্বৰ লাভ কৰে। অৱশ্যে তেওঁ নাক আৰু কপালৰ ক্ষেত্ৰত লাভ কৰা নম্বৰ তুলনামূলকভাবে হ্রাস পায়। ফলত তালিকাখনত তেওঁৰ স্থান নিম্নগামী হয়।

তৎসত্ত্বেও তেওঁ সামগ্রিকভাৱে ৯১.২২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, এই তালিকা সন্দৰ্ভত ডাঃ ছিলভাই সংবাদ মাধ্যমৰ আগত কয়, ‘জুডি ক’মেৰৰ মুখমণ্ডলৰ উপাদানসমূহৰ সুষমতাৰ দ্বাৰা তেওঁৰ মুখমণ্ডলৰ গঠনৰ পূৰ্ণতা প্রাপ্তি ঘটিছে। তেওঁৰ নাক আৰু ওঁঠে ৯৮.৭ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Deepika Padukoneworld most beautiful woman
samimsultana

samimsultana

Related Posts

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d