Bpf Candidate Name Announced:দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা হল বিপিএফ দলৰ প্ৰাৰ্থীৰ নাম

sidli bpf

Bpf Candidate Name Announced:

➡️দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা হল বিপিএফ দলৰ প্ৰাৰ্থীৰ নাম

➡️চিদলী বিধান সভা সমষ্টীৰ উপ নিৰ্বাচনত প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৰাইজৰ মাজত আছিল ব্যাপক উৎকন্ঠা।

➡️উৎকন্ঠাৰ অন্ত পেলাই শুদ্ধ বসুমতাৰীৰ নাম আনুষ্ঠানিক ভাবে ঘোষনা  বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ।

➡️কাজলগাঁৱস্থিত বিপিএফৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত আনুষ্ঠানিক ঘোষনা |

➡️প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছতেই  বিপিএফৰ দলীয় কৰ্ম কৰ্তাৰ মাজত ব্যাপক উৎসাহ ।

Exit mobile version