Diptimoy Chowdhury is the candidate of the AGP in Bangaigaon constituency : সকলো জল্পনাকল্পনাৰ অন্ত পেলাই বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী ঘোষণা

diptimoy

Diptimoy Chowdhury is the candidate of the AGP in Bangaigaon constituency:

➡️সকলো জল্পনাকল্পনাৰ অন্ত পেলাই বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী ঘোষণা ৷

➡️দিপ্তীময়ী চৌধুৰীক বঙাইগাঁও সমষ্টিত প্রার্থিত্ব প্রদান ৷

➡️দীপ্তিময়ী চৌধুৰী বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী ৷

➡️ফণীভূষণ চৌধুৰী আছিল বঙাইগাঁৱৰ আঠবাৰৰ বিধায়ক ৷

➡️দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থীত্বৰ বিৰোধীতা কৰি ইতিমধ্যে পদত্যাগ কৰিছে বঙাইগাঁও জিলা অগপৰ সভাপতি- সম্পাদক সহ ৩৪ নেতাই ৷

➡️সমষ্টিটোত কংগ্ৰেছে প্রার্থিত্ব প্রদান কৰিছে অৱসৰ প্ৰাপ্ত আই পি এছ বিষয়া ব্ৰজেনজিৎ সিনহাক।

Exit mobile version