Asom Sonmilito Morcha President Bhupen Bora Resigns:অসম সম্মিলিত মর্চাৰ সভাপতি পদ ত্যাগ ভূপেন কুমাৰ বৰাৰ

bhupen bora new 1

Asom Sonmilito Morcha President Bhupen Bora Resigns:

➡️বিহালীত অসম সম্মিলিত মর্চাৰ প্ৰাৰ্থীত্বক লৈ উলম্ব বিভাজন ৷

➡️ৰাজ্যৰ বিৰোধী ঐক্যত ফাঁট !

➡️অসম সম্মিলিত মর্চাৰ সভাপতি পদ ত্যাগ ভূপেন কুমাৰ বৰাৰ ৷

➡️অসম’ৰ সাধাৰণ সম্পাদকলৈ পত্ৰ প্ৰেৰণ বৰাৰ ৷

➡️অসম’ৰ পাঁচজনীয়া কমিটিয়ে কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰিবলৈ সময় বান্ধি দিছিল ৷

➡️AICCয়ে মৰ্চাৰ সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান ৷

➡️বিহালীত মৰ্চাৰ প্ৰাৰ্থী সলনি কৰাৰ আহ্বান ৷৷

➡️ভূপেন বৰাৰ আহ্বানক সহাৰী নিদিলে অসম- এ ৷

➡️অসম-এ বিচাৰিলে AICCৰ অনুমোদন ৷

 

Exit mobile version