Guwahati kalapahar Incident:মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ঘটনা

গেষ্ট হাউচৰ ছয় মহলীয়া অট্টালিকাৰ পৰা জপিয়ালে টাৱাঙৰ মহিলাই, গুৰুতৰভাৱে আহত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি

pohar

Guwahati kalapahar Incident:

মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ঘটনা। এটা গেষ্ট হাউচৰ ছয় মহলীয়া অট্টালিকাৰ পৰা জাপ দিলে এগৰাকী মহিলাই ৷ ইতিমধ্যে সংকটজনক অৱস্থাত মহিলা গৰাকীক ভৰ্তি কৰা হয় চিকিৎসালয়ত |

প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচলৰ টাৱাঙ নিবাসী মহিলা এগৰাকীয়ে স্বামীৰ উন্নত চিকিৎসাৰ বাবে কালাপাহাৰৰ পোহৰ গেষ্ট হাউছত বাহৰ পাতি আছিল ৷ কিন্ত আজি পুৱা ৰহস্যজনকভাৱে মহিলা গৰাকীয়ে গেষ্ট হাউছৰ ষষ্ঠ মহলাৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

Exit mobile version