Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

51 children died in government hospitals in Nagaon:নগাঁৱত চৰকাৰী চিকিৎসালয়ত তিনি মাহত মৃত্যু ৫১ টা শিশুৰ

publisher by publisher
June 25, 2024
in India, Assam, News
Reading Time: 1 min read
0
51 children died in government hospitals in Nagaon:নগাঁৱত চৰকাৰী চিকিৎসালয়ত তিনি মাহত মৃত্যু ৫১ টা শিশুৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

51 children died in government hospitals in Nagaon:

ৰাজ্যৰ স্বাস্থ্যৰ নামত প্রতি বছবে শশ কোটি টকা ব্যয় কৰি অহা হৈছে যদিও চৰকাৰী চিকিৎসালয়তে প্রতি বছৰে ‘চিকিৎসাৰত অৱস্থাতে হেজাৰ হেজাৰ শিশুৰ মৃত্যু হৈ আছে। ইয়েই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত নৱজাতক আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা হৈছে বুলি স্বাস্থ্য বিভাগে প্রায়েই দাংকোপ মাৰি আহিছে যদিও ইয়াৰ সংখ্যা যিটো হাৰত হ্রাস পাব লাগিছিল তেনেধৰণে হ্রাস পোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত প্রতি বছৰে শ শ সদ্যজাত নৱজাতকৰ মৃত্যু হৈ আছে।

ADVERTISEMENT

লগতে এই চিকিৎসালয়সমূহত অস্বাভাৱিক হাৰত আন শিশুৰ মৃত্যুও হৈয়েই আছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্রিল, মে’ আৰু জুনত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত মুঠ ৮৪৯ টা শিশুৰ চিকিৎসাৰত অৱস্থাতে মৃত্যু হৈছে। ইয়াৰে এপ্রিলত ৩২০ টা, মে’ত ৩০৩ টা আক জুনত ২২৬ টা শিশুৰ মৃত্যু হয়। আনহাতে, নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত এই তিনিটা মাহত মৃত্যু হৈছে ৫১ টা শিশুৰ। ইয়াৰে এপ্রিলত ১৮ টা, মে’ত ১৯ টা আৰু জুনত ১৪ টা শিশুৰ মৃত্যু হৈছে।

ইপিনে, ২০২০-২০২১৩ ৰাজ্যখনত চিকিৎসালয়ত মুঠ ৯৪৭৫ টা শিশুৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত নগাঁও জিলাৰ চিকিৎসালয়ত মৃত্যু হয় ৫০৭ টা শিশুব। আনহাতে, ২০২১-২০২২ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৭৯১০ টা শিশুৰ। বৰ্ষটোত নগাঁও জিলাৰ চিকিৎসালয়ত মৃত্যু হয় ৩৯১ টা শিশুৰ। ঠিক একেদৰে, ২০২২-২০২৩ ত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়তে মৃত্যু হয় ৬৭৩৭ টা শিশুৰ।

বর্ষটোত নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৩৭৭ টা শিশুৰ। নৱজাতক-শিশুৰ মৃত্যুৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০২৩-২০২৪ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৪৭৯৩ টা শিশুৰ। বৰ্ষটোত কেৱল নগাঁও জিলাৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয় ১৯৭ টা শিশুৰ।

স্মর্তব্য যে ২০২২-২০২৩ত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত ৬০৪ টা নৱজাতকৰ, জন্মৰ পৰা সাত দিনৰ ভিতৰত ৩০৯৮টা শিশু, জন্মৰ পৰা ২৮ দিনৰ ভিতৰত ৮৪৯ টা শিশুৰ, জন্মৰ এক বছৰৰ ভিতৰাৰ ১৭৪৭ টা শিশুৰ, এক-পাঁচ বছৰ বয়সৰ ৪৩৯ টা শিশুৰ মৃত্যু হৈছিল। আনহাতে, বর্ষটোত নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰতে ৬২ টা নৱজাতকৰ, জন্মৰ সাত দিনৰ ভিতৰৰ ২৩৬ টা শিশুৰ, জন্মাৰ ২৮ দিনৰ ভিতৰৰ ১৯ টা শিশুৰ, জন্মৰ এক বছৰৰ ভিতৰৰ ৪৯টা শিশুৰ, এক-পাঁচ বছৰ বয়সৰ ১১ টা শিশুৰ মৃত্যু হৈছিল।

আনহাতে, ২০২৩-২০২৪ত ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে ৩৬৫ টা নৱজাতকৰ, জন্মৰ সাত দিনৰ ভিতৰত ২৩৪৩ টা শিশুৰ, জন্মৰ ২৮ দিনৰ ভিতৰৰ ৭২১ টা শিশুৰ, জন্মৰ পৰা এক বছৰৰ ভিতৰৰ ১০৩২ টা শিশুৰ আৰু এক-পাঁচ বছৰৰ ভিতৰৰ ৩৫১ টা শিশুৰ মৃত্যু হয়। বর্ষটোত নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰতে ২৮ টা নৱজাতকৰ, জন্মৰ পৰা সাত দিনৰ ভিতৰৰ ১৩৪ টা শিশুৰ, জন্মৰ পৰা ২৮ দিনৰ ভিতৰৰ ২১ টা শিশুৰ, জন্মৰ পৰা এক বছৰৰ ভিতৰৰ পাঁচটা শিশুৰ আৰু এক-পাঁচ বছৰৰ পাঁচটা শিশুৰ মৃত্যু হয়।

উল্লেখ্য যে পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত ৰাজ্যখনত নৱজাতক আৰু শিশুৰ মৃত্যুৰ হাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত কিছু কমিছে যদিও ই যি ধৰণে হ্রাস পাব লাগিছিল তেনে ধৰণে হ্রাস পোৱা নাই। যিটো ৰাজ্যৰ চৰকাৰী খণ্ডৰ স্বাস্থ্য খণ্ডৰ বাবে চৰম ব্যৰ্থতা হিচাপে চিহ্নিত হৈছে বুলি ৰাইজে মন্তব্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 51 children diedCMO ASSAMLast three monthNagaon Govt Hospital
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d