India Launched 4th Nuclear Submarine::শক্তি বাঢ়িল ভাৰতীয় নৌসেনাৰ

চতুৰ্থ পাৰমাণৱিক ছাবমেৰিন অন্তভুক্ত

submarine 1
ADVERTISEMENT

India Launched 4th Nuclear Submarine:

ভাৰতে দেশৰ নৌসেনাৰ শক্তি বৃদ্ধিৰে পাৰমাণৱিক ক্ষমতাসম্পন্ন চতুর্থটো বেলিষ্টিক ক্ষেপণাস্ত্র সঞ্চালিত ছাবমেৰিন বিশাখাপট্টনমৰ শ্বিপ বিল্ডিং চেণ্টাৰত মুকলি কৰিলে। এই অত্যাধুনিক প্ৰযুক্তিৰ পাৰমাণৱিক ছাবমেৰিনৰ ৭৫ শতাংশ অংশ ভাৰতত তৈয়াৰী।

এই ছাবমেৰিনৰ ক’ড নাম হৈছে এছ-৪। এছ-৪ ছাবমেৰিন ৩৫০০ কিলোমিটাৰ মাৰক ক্ষমতাসম্পন্ন পাৰমাণৱিক বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে সমৃদ্ধ। এছ-৪ পাৰমাণৱিক ছাবমেৰিনৰ জৰিয়তে ভাৰতীয় নৌসেনাৰ ক্ষমতা কে’বাগুণ বৃদ্ধি পালে। দেশৰ নৌসেনাত চতুৰ্থটো পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন সংযোজন কৰা হ’ল।

Exit mobile version