Hearing on the dismissal of suspended Congress MLA Sherman Ali was held at the Assembly Secretariat:কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত শুনানি সম্পন্ন বিধানসভা সচিবালয়ত 

serman ali

Hearing on the dismissal of suspended Congress MLA Sherman Ali was held at the Assembly Secretariat:

➡️কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত শুনানি সম্পন্ন বিধানসভা সচিবালয়ত ৷

➡️বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লয় শুনানি ৷

➡️শুনানিৰ বাবে সাংসদ ৰকিবুল হুছেইনক তলৱ বিধানসভা সচিবালয়ৰ ৷

➡️তলৱ বিধায়ক শ্বেৰমান আলীকো ৷

➡️শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে আবেদন কৰিছিল ৰকিবুল হুছেইনে ৷

➡️ৰকিবুল হুছেইন আৰু শ্বেৰমান আলীৰ ভাষ্য গ্ৰহণ অধ্যক্ষৰ ৷

➡️নৱেম্বৰত দ্বিতীয় সপ্তাহৰ ভিতৰত অধ্যক্ষ দৈমাৰীয়ে দিব চুড়ান্ত ৰায়দান ৷

Exit mobile version