Teacher Suspended In Samaguri:নিৰ্বাচনী প্ৰচাৰত অংশ লৈ নিলম্বিত শিক্ষক

eci

Teacher Suspended In Samaguri:

➡️ নিৰ্বাচনী প্ৰচাৰত জড়িত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি নিৰ্বাচন আয়োগ ৷

➡️ চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ প্ৰচাৰ চলাই EC ৰ ৰোষত শিক্ষক ৷

➡️ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ নিলম্বিত শিক্ষক ৷

➡️ গেৰুৱাআটিৰ শিক্ষক আব্দুল মালেকক নিলম্বন ৷

➡️ মালেক পূৰ্বে আছিল বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ সভাপতি ৷

Exit mobile version