Dulu Ahmed joins Trinamool Congress:তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ  

dulu ahmed

Dulu Ahmed joins Trinamool Congress:

➡️সঘনাই দল সলনি কৰাত সিদ্ধাগ্ৰস্ত দুলু আহমেদ এইবাৰ তৃণমূল কংগ্ৰেছলৈ ৷

➡️ৰাজ্যিক তৃণমূল কে’বা গৰাকী জ্যেষ্ঠ নেতাৰ উপস্থিতিত যোগদান তৃণমূল কংগ্ৰেছত ৷

➡️দুলু আহমেদ পূৰ্বতে আছিল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদত ৷

➡️লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ত্যাগ কৰিছিল অসম জাতীয় পৰিষদত ৷

➡️দলটোৰ উপ-সভাপতি আছিল দুলু আহমেদ ।

➡️লোকসভা নিৰ্বাচনত বৰপেটা সংসদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আহমেদে কৰিছিল প্ৰতিদ্বন্দ্ব্বিতা।

Exit mobile version