Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Excavation of Brahmaputra:ব্ৰহ্মপুত্ৰৰ খনন হিতে বিপৰীত হ’ব নেকি ?

মাজুলীৰ কমলাবাৰী-নিমাতী পাৰঘাটেৰে যাতায়ত সূচলৰ খননক লৈ আশংকা

samimsultana by samimsultana
October 28, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Excavation of Brahmaputra:ব্ৰহ্মপুত্ৰৰ খনন হিতে বিপৰীত হ’ব নেকি ?
3
SHARES
25
VIEWS
ShareShareShareShare

Excavation of Brahmaputra:

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্রাত হ্রাস পোৱাৰ লগতে কমলাবাৰী পৰঘাটৰ দিশত জলপথটোৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে আভ্যন্তৰীণ জল পৰিবহণৰ নিয়মীয়া ফেৰী ফেৰী সেৱা যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ পৰা কমলাবাৰী-নিমাতীঘাট জলপথটো পুনৰ ফেৰী চলাচলৰ বাবে সুগম কৰি তোলাৰ বাবে ‘ড্ৰেজাৰ’ৰ জৰিয়তে বর্তমান খনন কার্য চলাই থকা হৈছে।

ADVERTISEMENT

ইতিমধ্যে কমলাবাৰী- নিমাতীঘাট জলপথৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভীৰতা বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জৰুৰীভাৱে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা জলপথটোৰ কমলাবাৰী-দৰবাৰ চাপৰি অংশত এই খনন কার্য অব্যাহত ৰখা হৈছে। ড্ৰেজাৰৰে বালিচৰ খন্দা অংশৰে নদীখনৰ উপসুঁতিৰ পানীৰ ধাৰৰ প্রাবল্য বৃদ্ধি হোৱাকৈ বাঁহ পুতি ‘বাগুলিং’ কৰাৰ কামো পূর্ণ গতিত অব্যাহত আছে। এই গুৰুত্বপূৰ্ণ জলপথটোৰে যথাসম্ভৱ শীঘ্রেই ফেৰীসেৱা আভ্যন্তৰীণ জল পৰিবহণৰ নিয়মীয়া ফেৰী সেৱা পুনৰ আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে।

RelatedPosts

Majuli  Kamalabari Ferry Terminal : সুকীয়া স্থানৰ পৰা যাতায়ত আৰম্ভ হ’ব কমলাবাৰী পাৰঘাটৰ

ইপিনে, মাজুলীৰ লগত যোৰহাট সংযোগী জলপথ নিমাতী- কমলাবাৰী পাৰঘাট মাজুলীৰ প্ৰথম জলপথ যিটোৰে ব্ৰিটিছ শাসন কালৰ পৰাই যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এতিয়াৰ দৰে যাত্ৰীৰ ভিৰ নাছিল যদিও চীন- ভাৰতৰ যুদ্ধৰ সময়ত এই পাৰঘাটটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

এসময়ত লখিমপুৰ জিলাৰ পৰা লোহিত-খাবলু দুটাকৈ ঘাট পাৰ হৈ কমলাবাৰী ঘাটলৈ বাছৰ সংযোগ থকা এই পাৰঘাটত এতিয়া মৃত্যুৰ দিশে গতি কৰিব নেকি বুলি প্রশ্ন উত্থাপিত হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্রাস হোৱাৰ বাবে যোৱা আঠ দিনে এই পাৰঘাটটোৰে ফেৰী চলাচল বন্ধ ৰাখিব লগা হোৱাত মাজুলীবাসীৰ জীৱন প্রণালীত আউল লাগিছে। মাজুলীৰ মধ্যবিন্দুত অৱস্থিত পাৰঘাটটো মাজুলীৰ সকলো স্থানৰ ৰাইজৰ বাবেই সুবিধাজনক।

পাৰঘাটটো প্ৰকৃতিৰ ৰোষত বন্ধ কৰিবলগা হোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লগতে শীর্ষ মহলতো চৰ্চিত হ’ব ধৰিছে। তাৎক্ষণিকভাৱে ৰাইজৰ অসুবিধা আৰু ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যিকোনো প্ৰকাৰে নিয়মীয়াকৈ যাতায়াতৰ সুবিধাৰ হেতু ড্ৰেজাৰৰ দ্বাৰা খননৰ সিদ্ধান্তৰে কাম আৰম্ভ কৰিছে।

যিকোনো প্ৰকাৰে পাৰঘাটটোৰে যাতায়াত সুগম কৰাৰ ক্ষেত্ৰত বিভাগ মাজুলী প্রশাসনে প্রচেষ্টা হাতত লোৱাত ৰাইজেও আদৰণি জনাইছে। এতিয়া কথা হ’ল যে ড্ৰেজাৰৰ দ্বাৰা খননৰ পার্শ্বক্রিয়া হ’ব পাৰে নেকি এই লৈ মাজুলীৰ সুৰক্ষাৰ লগত আৰম্ভণিৰে পৰা জড়িত থকা সচেতন মহলৰ মাজত চৰ্চা আৰম্ভ হৈছে।

এফালে পাৰঘাটৰ অপৰিহাৰ্যতা,আনফালে সুৰক্ষা। এই বিষয়ত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰকৃতিৰ ওপৰত পূৰ্বৰে পৰা অধ্যয়ন কৰি থকা বিশেষজ্ঞসকলৰ পৰামৰ্শৰ প্ৰয়োজন আছে বুলি গুৱাহাটীস্থ মাজুলী দ্বীপ সুৰক্ষা আৰু উন্নয়ন সমিতিৰ উদ্যোক্তা মাজুলীৰ সন্তান অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা ভৰত শইকীয়াই খনন কাৰ্যৰ প্ৰয়োজনীয়তাৰ লগতে খননৰ নামনি অংশলৈ ভাবুকিআহিব পাৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

অভিযন্তা শইকীয়াই জনোৱা মতে, বর্তমান অফলামুখৰ পৰা নিমাতী দিশলৈ প্রবাহিত ব্ৰহ্মপুত্ৰৰ মূল ধাৰটো কমলাবাৰী ঘাটৰ দিশলৈ ড্ৰেজাৰৰ খননৰ দ্বাৰা প্রবাহিত হ’বলৈ হ’লে কিম্বা বাৰিষা কাললৈকে এই পানীধাৰ প্রবাহিত হৈ থাকিলে কমলাবাৰী ঘাটৰ নামনি অংশত খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভূ-প্রকৃতি আৰু মাজুলীৰ ভূ-প্রকৃতিৰ মাজত আছে আকাশ- পাতাল পার্থক্য।

সেই হেতু পাৰঘাটিৰ বাবে প্রয়োজনীয় গভীৰতা সৃষ্টিৰ ক্ষেত্ৰত যাতে মাজুলীবাসীৰ জীৱননিৰ্বাহৰ ভূমিভাগ হেৰুৱাব লগাত নপৰে, তাৰ প্ৰতিও দূৰদৰ্শী চিন্তাৰ প্ৰয়োজনীয়তাক আঙুলিয়াই দিয়ে। বিগত দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শইকীয়াই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে নিৰ্মাণ কৰা আঠ নম্বৰ স্পাৰে মাজুলী নামনি অংশৰ আঁহতগুৰি মৌজা নিঃশেষ কৰাৰ উদাহৰণ দাঙি ধৰে। বৰ্তমান খননৰ লগত ভবিষ্যতে হ’ব পৰা আশংকাৰ কথাত গুৰুত্ব দিয়াৰ বাবে শইকীয়াই আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Excavation of BrahmaputraIngland Water DeptKamalabari Ferry Terminal
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d