Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal:ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰ তথা সমীপৱৰ্তী অঞ্চলৰ খহনীয়া, কৃত্রিম বানৰ স্থায়ী সমাধানৰবাবে তৎপৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা জ্ঞাপন সোণোৱালৰ

publisher by publisher
August 13, 2024
in Uncategorized
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal:ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰ তথা সমীপৱৰ্তী অঞ্চলৰ খহনীয়া, কৃত্রিম বানৰ স্থায়ী সমাধানৰবাবে তৎপৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Dibrugarh:ডিব্ৰুগড়ৰ মোহনবাৰী বিমানকোঠত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

Union Minister Sarbananda Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে মঙলবাৰে ডিব্ৰুগড় চহৰত উপস্থিত হৈ কৃত্রিম বানে শেহতীয়াকৈ সৃষ্টি কৰা সমস্যা তথা অসুবিধাৰ বিতং বুজ লয়। ইয়াৰ পূৰ্বেও যোৱা ২০ জুলাইত সর্বানন্দ সোণোৱালে সমগ্ৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল তথা সমীপৱৰ্তী অঞ্চলবোৰ পৰিদৰ্শন কৰি কৃত্রিম বানে সৃষ্টি কৰা সামগ্রিক অৱস্থাৰ বুজ লৈছিল।

ADVERTISEMENT

সোণোৱালে আজি বগীবিলৰ সমীপৱৰ্তী মোহনাঘাটৰ পৰা আৰম্ভ কৰি আইথানলৈ – অঞ্চলসমূহ ভ্রমণ কৰি স্বচক্ষে খহনীয়া, কৃত্রিম বানে সৃষ্টি কৰা সমস্যা, মথাউৰিৰ অৱস্থা আদি নিৰীক্ষণ কৰে। শেহতীয়া কৃত্রিম বানপানী আৰু খহনীয়াই ডিব্ৰুগড়ত বিস্তৰ প্ৰতিকূলতাৰ সৃষ্টি কৰাৰ ফলত স্বাভাৱিক জনজীৱনত প্ৰভাৱ পৰিছিল। সোণোৱালে ডিব্ৰুগড় চহৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ পুনৰ বুজ লয় আৰু নলা-নৰ্দমাৰ ব্যৱস্থাপনাৰ দিশটোৰ পুনৰ পর্যালোচনা কৰে। জনসাধাৰণক সকাহ দিয়াৰ বাবে এইক্ষেত্রত তৎপৰতাৰে ব্যৱস্থা ল’বলৈ আৰু জাৱৰ নিষ্কাষণৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক  নির্দেশ দিয়ে।

সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ ক্ষিপ্ৰতাৰে প্রশস্ত কৰাত তেখেতে গুৰুত্ব দিয়ে। তেখেতে জনায় যে- আইআইটি গুৱাহাটীয়ে শীঘ্রেই ডিব্ৰুগড়ৰ কৃত্রিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰপ্লেন প্ৰস্তুত কৰিব আৰু চৰকাৰক কাৰিকৰী পৰামৰ্শ তথা সহযোগিতা আগবঢ়াব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আইআইটিলৈ লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰাৰ কথা তেখেতে উল্লেখ কৰে। আইআইটি গুৱাহাটীৰ পৰামৰ্শৰ আধাৰত চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

তদুপৰি তেখেতে কয় যে আৰআইডিবি-ৰ ৩৫০ কোটি টকাৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব, যাৰ যোগেদি খহনীয়া, কৃত্রিম বান ৰোধ, নলাৰ সু-ব্যৱস্থা আদি বিভিন্ন দিশত কাম কৰি সমস্যাবোৰৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা লোৱা হ’ব। খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ আদি ব্যৱস্থাৰে কাম চলি আছে বুলিও সোণোৱালে সদৰী কৰে।

আনহাতে চাবুৱা নগৰৰ নৰ্দমা ব্যৱস্থাপনাৰ বাবেও আইআইটি গুৱাহাটীৰ পৰামৰ্শ লোৱা হ’ব বুলি তেখেতে উল্লেখ কৰে, যাতে ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰৰ খহনীয়া, কৃত্রিম বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ পথ প্রশস্ত হয় আৰু বহনক্ষম উন্নয়ন ত্বৰান্বিত হয়। এইক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে পদক্ষেপ গ্রহণ কৰি যাব বুলি সোণোৱালে মন্তব্য কৰে।

আনহাতে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ গৌৰৱময় ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলা বিজেপি আৰু যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত বাইক ৰেলী- তিৰংগা যাত্রাত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। তাৰ পূৰ্বে তেখেতে ডিব্ৰুগড়স্থিত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। তেখেতে উল্লেখ কৰে, “দেশৰ স্বাধীনতা সংগ্রামত শ্বহীদ কুশল কোঁৱৰৰ অতুলনীয় ত্যাগ, সাহস আৰু সক্রিয় ভূমিকা ~ এক অবিস্মৰণীয় অধ্যায়। ডিব্ৰুগড়ত ‘তিৰংগা যাত্ৰা’ত ভাগ লোৱাৰ পূৰ্বে মহান শ্বহীদগৰাকীৰ প্ৰতিমূর্তিত সতীর্থসকলৰ সৈতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। শ্বহীদ কুশল কোঁৱৰৰ স্বদেশপ্রেম আৰু মাতৃভূমিৰ হকে আগবঢ়োৱা সমর্পিত সেৱাই দেশবাসীক উদ্বুদ্ধ কৰি যাব।”

আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, যুৱ মৰ্চাৰ জিলা সভাপতি বিদ্যুৎ গগৈ, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গণ পৰিষদৰ ৰাজ্যিক উপ-সভাপতি সুনীল ৰাজকোঁৱৰ প্ৰমুখ্যে অন্যান্য বিষয়া সকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dibrugarh vISITHar Ghar TirangaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d