Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ferry service between Kamalabari and Nimati resumed this morning:১০ দিনে বন্ধৰ পাছত আজিৰ পুৱাৰে পৰা পুনৰ আৰম্ভ হ’ল কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ খনন কার্য অব্যাহত

samimsultana by samimsultana
October 30, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Ferry service between Kamalabari and Nimati resumed this morning:১০ দিনে বন্ধৰ পাছত আজিৰ পুৱাৰে পৰা পুনৰ আৰম্ভ হ’ল কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী সেৱা
2
SHARES
24
VIEWS
ShareShareShareShare

Ferry service between Kamalabari and Nimati resumed this morning:

ব্ৰহ্মপুত্ৰৰ জলৰাশি অস্বাভাৱিকভাবে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ চলাচল কৰা ফেৰীসমূহ সঘন বালিচৰত আবদ্ধ হৈ পৰাত ফেৰী চলাচলৰ সমস্যা হোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ ৰাখিছিল কমলাবাৰী ঘাটৰ পৰা চলাচল কৰা যাত্রীবাহী ফেৰীসমূহ।

ADVERTISEMENT

যাৰ পৰিপ্ৰেক্ষিতত প্রায় ১০টা দিনে বন্ধ হৈ আছিল কমলাবাৰীঘাট। যাৰ ফলত সমস্যাৰ সৃষ্টি হৈছিল মাজুলীবাসীৰ। এটা পাৰঘাটৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হৈছিল মাজুলীবাসী। মাজুলীৰ ৰাস, পালনাম উৎসৱ সমাগত।

RelatedPosts

Majuli  Kamalabari Ferry Terminal : সুকীয়া স্থানৰ পৰা যাতায়ত আৰম্ভ হ’ব কমলাবাৰী পাৰঘাটৰ

Guwahati-North Guwahati Ferry Service is also Closed for Second Day:দ্বিতীয় দিনৰ বাবেও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

Majuli-Bound Ferry Stranded For Two Hours: ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন

এই উৎসৱত মাজুলীলৈ হেজাৰ হেজাৰ লোকৰ সমাগম হয়। এনেদৰে এটা পাৰঘাটৰ ওপৰত নিৰ্ভৰ কৰাটো সম্ভৱ নহ’ব। পুনৰ কমলাবাৰী পাৰঘাটটো যাতায়াতৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি চলাচলৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় আহিছিল মাজুলীবাসীয়ে।

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, মাদ্রাজ (In- dian Institute of Technology, Madras)ৰ এটা বিশেষজ্ঞ দলৰ তত্ত্বাৱধানত ২৬ অক্টোবৰৰ পৰা বিশেষ ড্ৰেজাৰৰে ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ ফেৰীপথ খনন কাৰ্য আৰম্ভ কৰিছিল। আজি পাঁচটা দিনে এই খনন কার্য চলাই থকা হৈছে। ১০টা দিনে বন্ধ হৈ থকা কমলাবাৰী-নিমাতী ফেৰী সেৱা ৰাইজৰ সুবিধাৰ বাবে বুধবাৰৰ পৰা আৰম্ভ হয় বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰা জানিবলৈ দিছে।

পূৰ্বৰ ঘাটটো স্থানান্তৰ কৰি ঘাটটো ব্ৰহ্মপুত্ৰৰ মাজৰ দৰবাৰ চাপৰিলৈ স্থানান্তৰ কৰিছে বুলি জানিব দিছে। কিয়নো ব্রহ্মপুত্র খনন কার্য চলি আছে এতিয়া যিটো অংশলৈ ঘাটটো নিয়া হৈছে উক্ত অংশয়েদি চলাচলৰ সহজ হ’ব। সেই বাবেই স্থানান্তৰ কৰা হৈছে বুলি বিভাগে জানিবলৈ দিছে। আনহাতে বুধবাৰে পুৱা সাত বজাৰৰ পৰা এই ফেৰী সেৱা ঘাটটোৰ পৰা নিমাতী ঘাটলৈ চলাচল হয়। ঘাটটোৰ পৰা পুনৰ ফেৰী সেৱা চলাচল কৰাৰ খবৰ লাভ কৰি সন্তোষ প্রকাশ কৰিছে মাজুলীবাসীয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ferry ServiceInland Water Transport DepartmentKamalabari and Nimatiresumed this morning
samimsultana

samimsultana

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d