Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ferry service between Kamalabari and Nimati resumed this morning:১০ দিনে বন্ধৰ পাছত আজিৰ পুৱাৰে পৰা পুনৰ আৰম্ভ হ’ল কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ খনন কার্য অব্যাহত

samimsultana by samimsultana
October 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Ferry service between Kamalabari and Nimati resumed this morning:১০ দিনে বন্ধৰ পাছত আজিৰ পুৱাৰে পৰা পুনৰ আৰম্ভ হ’ল কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী সেৱা
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Thick fog:ঘন কুঁৱলীৰ বাবে সাময়িকভাবে বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

Ferry service between Oflamukh and Nimati is closed:অনির্দিষ্ট কালৰ বাবে বন্ধ হ’ল অফলামুখ-নিমাতী সংযোগী ফেৰী সেৱা

Guwahati-N.Guwahati ferry service resumes: আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

Ferry service between Kamalabari and Nimati resumed this morning:

ব্ৰহ্মপুত্ৰৰ জলৰাশি অস্বাভাৱিকভাবে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ চলাচল কৰা ফেৰীসমূহ সঘন বালিচৰত আবদ্ধ হৈ পৰাত ফেৰী চলাচলৰ সমস্যা হোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ ৰাখিছিল কমলাবাৰী ঘাটৰ পৰা চলাচল কৰা যাত্রীবাহী ফেৰীসমূহ।

ADVERTISEMENT

যাৰ পৰিপ্ৰেক্ষিতত প্রায় ১০টা দিনে বন্ধ হৈ আছিল কমলাবাৰীঘাট। যাৰ ফলত সমস্যাৰ সৃষ্টি হৈছিল মাজুলীবাসীৰ। এটা পাৰঘাটৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হৈছিল মাজুলীবাসী। মাজুলীৰ ৰাস, পালনাম উৎসৱ সমাগত।

এই উৎসৱত মাজুলীলৈ হেজাৰ হেজাৰ লোকৰ সমাগম হয়। এনেদৰে এটা পাৰঘাটৰ ওপৰত নিৰ্ভৰ কৰাটো সম্ভৱ নহ’ব। পুনৰ কমলাবাৰী পাৰঘাটটো যাতায়াতৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি চলাচলৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় আহিছিল মাজুলীবাসীয়ে।

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, মাদ্রাজ (In- dian Institute of Technology, Madras)ৰ এটা বিশেষজ্ঞ দলৰ তত্ত্বাৱধানত ২৬ অক্টোবৰৰ পৰা বিশেষ ড্ৰেজাৰৰে ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ ফেৰীপথ খনন কাৰ্য আৰম্ভ কৰিছিল। আজি পাঁচটা দিনে এই খনন কার্য চলাই থকা হৈছে। ১০টা দিনে বন্ধ হৈ থকা কমলাবাৰী-নিমাতী ফেৰী সেৱা ৰাইজৰ সুবিধাৰ বাবে বুধবাৰৰ পৰা আৰম্ভ হয় বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰা জানিবলৈ দিছে।

পূৰ্বৰ ঘাটটো স্থানান্তৰ কৰি ঘাটটো ব্ৰহ্মপুত্ৰৰ মাজৰ দৰবাৰ চাপৰিলৈ স্থানান্তৰ কৰিছে বুলি জানিব দিছে। কিয়নো ব্রহ্মপুত্র খনন কার্য চলি আছে এতিয়া যিটো অংশলৈ ঘাটটো নিয়া হৈছে উক্ত অংশয়েদি চলাচলৰ সহজ হ’ব। সেই বাবেই স্থানান্তৰ কৰা হৈছে বুলি বিভাগে জানিবলৈ দিছে। আনহাতে বুধবাৰে পুৱা সাত বজাৰৰ পৰা এই ফেৰী সেৱা ঘাটটোৰ পৰা নিমাতী ঘাটলৈ চলাচল হয়। ঘাটটোৰ পৰা পুনৰ ফেৰী সেৱা চলাচল কৰাৰ খবৰ লাভ কৰি সন্তোষ প্রকাশ কৰিছে মাজুলীবাসীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ferry ServiceInland Water Transport DepartmentKamalabari and Nimatiresumed this morning
samimsultana

samimsultana

Related Posts

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, মোতায়েন ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d