Bishal Phukan, accused in the online trading case, appeared before the CBI special court again:অনলাইন ট্ৰেডিং গোচৰত অভিযুক্ত বিশাল ফুকনক চাৰি দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ

vishal

Bishal Phukan, accused in the online trading case, appeared before the CBI special court again;

➡️ অনলাইন ট্ৰেডিং গোচৰত অভিযুক্ত বিশাল ফুকনক চিবিআইৰ বিশেষ আদালতত পুনৰ হাজিৰ ৷

➡️ আদালতত হাজিৰ কৰালে স্বপ্ননীল, ৰঞ্জিত কাকতি আৰু অভিজিত চান্দকো ৷

➡️ চিবিআইয়ে পুনৰ জিম্মাত নল’লে চাৰিজনকে ৷

➡️ চাৰি দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ ৷

➡️ চাৰি অভিযুক্তকে পুনৰ  গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ ৷

➡️ ১৩ নৱেম্বৰত পুনৰ চিবিআই বিশেষ আদালতলৈ তলব বিশাল, চুমি, তার্কিক স্বপ্ননীল সহ মুঠ ৯ অভিযুক্তক ৷

Exit mobile version