Bishal Phukan, accused in the online trading case, appeared before the CBI special court again;
➡️ অনলাইন ট্ৰেডিং গোচৰত অভিযুক্ত বিশাল ফুকনক চিবিআইৰ বিশেষ আদালতত পুনৰ হাজিৰ ৷
ADVERTISEMENT
➡️ আদালতত হাজিৰ কৰালে স্বপ্ননীল, ৰঞ্জিত কাকতি আৰু অভিজিত চান্দকো ৷
➡️ চিবিআইয়ে পুনৰ জিম্মাত নল’লে চাৰিজনকে ৷
➡️ চাৰি দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ ৷
➡️ চাৰি অভিযুক্তকে পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ ৷
➡️ ১৩ নৱেম্বৰত পুনৰ চিবিআই বিশেষ আদালতলৈ তলব বিশাল, চুমি, তার্কিক স্বপ্ননীল সহ মুঠ ৯ অভিযুক্তক ৷