Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CBI probe into Avinash Investment Trading App fraud in Barhola:বৰহোলাত অবিনাশ ইনভেষ্টমেন্ট ট্রেডিং এপৰ প্ৰৱঞ্চনাৰ তদন্ত চিবিআইৰ

কে'বাজনকো সোধপোছ,মূল অভিযুক্ত সন্ধানহীন ,কমেও ২৪৩ জনৰ বিনিয়োগ

publisher by publisher
May 19, 2025
in Assam, News
Reading Time: 2 mins read
0
CBI probe into Avinash Investment Trading App fraud in Barhola:বৰহোলাত অবিনাশ ইনভেষ্টমেন্ট ট্রেডিং এপৰ প্ৰৱঞ্চনাৰ তদন্ত চিবিআইৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা

Supreme Court:অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে চিবিআইৰ তদন্ত নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

Zubeen Garg :জুবিনৰ হত্যাৰ ঘটনা পূৰ্বনিৰ্ধাৰিত চিত্ৰনাট্যৰ ৰূপ: বন্ধু-বাদ্যযন্ত্রী

CBI probe into Avinash Investment Trading App fraud in Barhola:

সংঘটিত অনলাইন ট্রেডিং বৰহোলাত অবিনাশ ইনভেষ্টমেন্ট ট্রেডিং এপৰ প্ৰৱঞ্চনাৰ তদন্ত চিবিআইৰ কেলেংকাৰিব তদন্ত অব্যাহত ৰখা কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই) ই আজি তিতাবৰৰ বৰহোলাত ‘অবিনাশ ইনভেষ্টমেন্ট’ নামৰ ট্রেডিং এপত বিনিয়োগ বা কে ‘বাজনো লোকৰ ভাষ্য গ্রহণ কৰে।

ADVERTISEMENT

অভিযোগ অনুসৰি, বৰহোলাত গড়াজানৰ অবিনাশ পার্বিয়া নামৰ এজন যুৱকে এই এপটোৰ জৰিয়তে বৃহৎ সংখ্যক লোকৰ পৰা বহু কোটি টকা সংগ্রহ কৰি পৰৱৰ্তী সময়ত আত্মসাতৰ অভিযোগ উঠিছে। ৰাজ্যত সংঘটিত অনলাইন ট্রেডিং কেলেংকাৰিত যি কৌশলৰে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ উঠিছে, সেই একেই কৌশলৰে অবিনাশেও ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।

সেই অনুসৰি, বিনিয়োগৰ বিপৰীতে লোভনীয় পৰিমাণৰ লভ্যাংশ আদায় দিয়াৰ আশ্বাস দিছিল অবিনাশে। প্রথমতে কিছুসংখ্যক বিনিয়োগকাৰীক আশ্বাস দিয়া অনুসৰি লভ্যাংশ আদায় দিয়া হৈছিল যদিও পাছলৈ সেই পৰিমাণ হ্রাস হৈছিল। পৰৱৰ্তী সময়ত আনকি বহু লোক লভ্যাংশ আদায় নিদিলে। অভিযোগ অনুসৰি, অকল বৰহোলা অঞ্চলতে এনেদৰে কমেও ৩০ কোটিৰ অধিক টকা আত্মসাৎ কৰা হয়। জামিন লাভৰ পাছত সম্প্রতি আত্মগোপন কৰি থকা অবিনাশে কাৰাগাৰলৈ প্ৰেৰণৰ সময়ত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে অবিনাশ ইনভেষ্টমেন্টত প্রায় ২৪৩ জন লোকে বিনিয়োগ কৰিছিল। কোনো কোনো লোকে পাঁচ লাখ টকা পর্যন্ত বিনিয়োগ কৰা বুলিও সদৰী কৰিছিল।

চিবিআইৰ দুজনীয়া তদন্তকাৰী দলে ট্রেডিং এপটোত বিনিয়োগ কৰা কে’বাজনো লোকক সোধপোহ কৰে। বিনিয়োগ কৰা ধনৰ পৰিমাণ, অবিনাশৰ লগত তেওঁলোকৰ কিদৰে যোগসূত্র স্থাপন হৈছিল আদি প্রশ্ন কৰাৰ উপৰি আধাৰকাৰ্ড-পানকাৰ্ড আদিও প্ৰীক্ষা কৰে। চিবিআয়ে অবিনাশকো তদন্তকাৰী দলৰ আগত হাজিৰ হ’বলৈ জাননী দিছিল; কিন্তু অবিনাশ বর্তমান সন্ধানহীন।

উল্লেখ্য যে অবিনাশ ইনভেষ্টমেন্টৰ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত প্রবঞ্চিত একাংশ লোকে বৰহোলা আৰক্ষী থানাত অবিনাশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তাৰ ভিত্তিত আৰক্ষীয়ে ২৮/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি অবিনাশক গ্ৰেপ্তাৰ কৰিছিল। পাছত কাৰাগাৰলৈয়ো প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Avinash Investment Trading AppborholaCbi Inquiryonline trading Scam
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d