DB stork Manager arrested in connection with DB stock trading scam in Hyderabad:
➡️ ডি বি ষ্টক ট্রেডিং কেলেংকাৰিৰে জড়িত এজনক গ্ৰেপ্তাৰ হাইদৰাবাদত ৷
➡️ হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিজ্জি জগদীশ চন্দ্র প্রসাদ নামৰ লোক এজন ৷
➡️ ডি বি ষ্টকৰ হাইদৰাবাদ কুকাটপল্লীত থকা কাৰ্যালয়ৰ প্ৰবন্ধক আছিল জগদীশ ৷
➡️ মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ডি বি ষ্টকক বিভিন্নজনৰ ৭ কোটি ধন বিনিয়োগ কৰাইছিল ৷
জগদীশে ৷
➡️ জগদীশ চন্দ্র প্রসাদৰ প্ৰৱঞ্চনাৰ বলী হোৱা ছামাই পানচাকচাৰ নামৰ ভুক্তভোগী জনে গোচৰ তৰিছিল ২৩ ছেপ্টেম্বৰত।
➡️ ধন বিনিয়োগকাৰীক জগদীশে বছৰি ১২০ শতাংশ সুদ দিয়াৰ প্রলোভন দিছিল ৷
➡️ চলিতবৰ্ষৰ জুলাইত হঠাতে ডি বি ষ্টকৰ হাইদৰাবাদস্থ কাৰ্যালয়টো বন্ধ কৰি আত্মগোপন কৰিছিল জগদীশ ৷
➡️ ডি বি ষ্টকৰ স্বতাধিকাৰ দীপাংকৰক ইতিমধ্যেই মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গোৱাৰ এখন হোটেলৰ পৰা ৷