Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Wild elephants infestation in Tamulpur:তামুলপুৰৰ বিভিন্ন প্ৰান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

বিঘাই বিঘাই পকা ধান খায় তহিলং, কৃষকৰ মাজত হাহাকাৰ

samimsultana by samimsultana
November 4, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Wild elephants infestation in Tamulpur:তামুলপুৰৰ বিভিন্ন প্ৰান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ
1
SHARES
14
VIEWS
ShareShareShareShare

Wild elephants infestation in Tamulpur:

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ হাতী-মানুহৰ সংঘাতে তামুলপুৰ জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱে নিদ্ৰাহৰণ কৰি স্থানীয় ৰাইজৰ ৷ বিগত কে’বাদিন ধৰি তামুলপুৰ জিলাৰ হাতীডুবা, শান্তিপুৰ,আঙাৰকাটা,পলাশবাৰী,চেঁচাপানী,বালাহাটী,পলোকাটা ,বৰ্কাজুলী, শিৰিছঘুটু, বৰভেৰা, কান্দুলীমাৰা ,শিমলুবাৰী আদি অঞ্চলত বনৰীয়া হাতীৰ জাকে প্ৰবেশ কৰি উপদ্ৰৱ চলাই বিঘাই বিঘাই পকা ধান,পাচলি খেতি খায় তহিলং কৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে শ শ তামোল গছ ভাঙি তহিলং কৰিছে ৷

ADVERTISEMENT

বনৰীয়া হাতীয়ে ধাৰাবাহিক ভাৱে উপদ্ৰৱ চলাই কৃষক সকলে বাৰিষা হাড় ভঙা পৰিশ্ৰম কৰি মুৰৰ ঘাম মাটিত পেলায় কৰা বিঘাই বিঘাই পকাধান খায় নষ্ট কৰা়ত খেতিয়ক সকলৰ মাজত হাহাকাৰ লাগিছে ৷ আনহাতে কোনো দিনে বনৰীয়া হাতীয়ে প্ৰবেশ নকৰা অঞ্চলতো হাতী প্ৰবেশ কৰি উপদ্ৰৱ চলোৱাত আতংকি়ত হৈ পৰিছে স্থানীয় লোক সকল ৷ কোনো দিনে বনৰীয়া হাতীৰ সন্মুখিন নোহোৱা স্থানীয় ৰাইজে নিশা জুই জলাই,ফটকা ফূটাই,মটৰ চাইকেলৰ লাইট জলাই হাতীৰ জাক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও হাতীৰ জাক খেদিবলৈ সক্ষম হোৱা নাই ৷

RelatedPosts

Wild Buffalo Injured in North Guwahati:উত্তৰ গুৱাহাটীৰ লেঙাত দুষ্কৃতিকাৰীয়ে শৰবিদ্ধ কৰা বনৰীয়া ম’হক উদ্ধাৰ বন বিভাগৰ

Wild Elephant Attack:তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস

Tamulpur :তামুলপুৰৰ ভূটান সীমান্তৰ দেৱীনগৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

tamulpur 2ইপিনে নিশা পকা ধান খায় পুৱা জনাঞ্চলৰ মাজেৰে হাতীৰ জাক পাৰ হৈ যোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ একমাত্ৰ কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়া কৃষক সকলে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই পকা ধান খায় তহিলং কৰাত ক্ষতি গ্ৰস্ত লোক সকলে বন বিভাগ তথা চৰকাৰ উপযুক্ত ক্ষতি পূৰন দিবলৈ দাবী জনাইছে ৷ ইপিনে ৰাতি আহিলেই হাতী অহাৰ শংকাত আতংকি়ত হৈ থকা স্থানীয় লোক সকলে বন বিভাগক বনৰীয়া হাতীৰ জাক পাহাৰৰ নিৰ্দিষ্ট স্থানত খেদি পঠিয়াওৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিগত বহু দিন ধৰি তামুলপুৰ জিলাৰ বিভিন্ন স্থানত অৱস্থান কৰি উপদ্ৰৱ চলাই মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিঘাই বিঘাই পকা ধান, পাচলি খেতি খায় তহিলং কৰি আহিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest DeptTamulpurWild elephants infestation
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d