Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kaliabor :নৌ সেনাৰ ঘাটি কলিয়াবৰৰ জয়সাগৰত দেশী-বিদেশী আলহী পক্ষীৰ কলৰৱ

কে’বাহেজাৰ কিলোমিটাৰ পথ অতিক্ৰমী উলটিছে না-না ৰঙী চৰাইৰ জাক

publisher by publisher
December 16, 2022
in Assam, Environment, News
Reading Time: 3 mins read
0
Kaliabor :নৌ সেনাৰ ঘাটি কলিয়াবৰৰ জয়সাগৰত দেশী-বিদেশী আলহী পক্ষীৰ কলৰৱ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Majuli:মাজুলীত বিহ দি পৰিভ্ৰমী পক্ষী নিধন

Birds count in Kaziranga Sanctuary:কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বিলত জলজ পক্ষী গণনা

Kaliabor :

ADVERTISEMENT

আকাশী পথেৰে উলটি আহিছে নানাৰঙী পাখিলাহি চৰাইজাক । তাহানিৰ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ নৌ সেনাৰ ঘাটি কলিয়াবৰৰ জয়সাগৰত আজি আলহী পক্ষীৰ কলৰৱে সকলোৰে দৃষ্টি কাঢ়িছে ।

কোমল শীতৰ আগমণ ঘটিছে ৰাজ্যলৈ । পকাধান সামৰাৰ পিছত লাহে লাহে তৰাং হৈ পৰিছে ৰাজ্যৰ জলাশয় , বিল , পিটনি । এনে সময়তে আকাশী পথেৰে আকৌ অসম মুলুকত পাখি মেলিছেহি নানাৰঙী আলহী চৰাইজাকে ।

প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰাৰ লগতে বংশবৃদ্ধিৰ তাড়নাতে এতিয়া সুদূৰ ছাইবেৰিয়া , মধ্য হিমালয়ৰ বিভিন্ন স্থানৰ পৰা অসম পাইছেহি বহু প্ৰজাতিৰ ৰংবিৰঙী আলহী পক্ষীৰ জাক ।

ছাইবেৰিয়ান ক্ৰেন, পেলিকান , ৰ’লাৰ, ইউজীন আদি দুষ্প্ৰাপ্য পক্ষীকুলে পাখি মেলিছেহি অসমৰ জলাশয়ৰ কোমল ৰ’দত । উল্লেখ্য যে , আগষ্টৰ পৰা মাৰ্চ-এপ্ৰিল পৰ্যন্ত মধ্য হিমালয় আদি স্থানত পানী পৰ্যন্ত গোট মাৰি বৰফ হোৱাৰ বাবেই ছাইবেৰিয়া সীমান্তৰ পৰাই অসমলৈ এই পক্ষীকুলে অতিক্ৰম কৰিছে ৫,১৬৯,২৫ মাইল আকাশী পথ ।

গড় হিচাপত ঘণ্টাত ৪০-৫০ মাইল উৰি অহা পক্ষীবোৰে অসমত প্ৰৱেশৰ বাবে সময় লয় আঢ়ৈৰ পৰা তিনি মাহ পৰ্যন্ত । ইয়াৰ পাছতে অসমৰ বিল-জলাশয়ত বিভক্ত হৈ পৰে পক্ষীকুল ।

কলিয়াবৰৰ অন্য বহু স্থানতো এতিয়া ভিৰ কৰিছেহি এই উৰণীয়া আলহীজাকে । ইয়াৰভিতৰত জয়সাগৰৰ দলনি অন্যতম । জয়সাগৰ দলনি কলিয়াবৰ মহকুমাৰ এক জৈৱ –বৈচিত্ৰৰে ভৰপুৰ জলাশয় । দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমলৰূপেও চিহ্নিত হৈছে ।

আহোমৰ দিনত নানা যুদ্ধ-বিগ্ৰহত ব্যস্ত থকা স্বৰ্গদেউ প্ৰমন্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল । প্ৰমন্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰাখিছিল । এই বাহৰত থাকোতেই টান নৰিয়াত পৰি জয়া আইদেউ মৃত্যুমুখত পৰে ।

জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰতে সমাধিস্থ কৰিছিল । সেই ঠাইখণ্ড জয়া মৈদামৰ কাষতে থকা ১৬ হেজাৰ বিঘা মাটিকালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামত নামাকৰণ কৰে ।

পূৱঘৰীয়া মৌজাৰ বৃহৎ বিলখন পাছলৈ জয়াসাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে । এই জয়সাগৰ আহোম ৰজাৰ নৌ-সেনা বাহিনীৰ কেন্দ্ৰস্থল আছিল ।

ইয়াত যুদ্ধত ব্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল । লাহে লাহে দিন বাগৰিল , সদায় ব্যস্ত হৈ থকা বিলখনত পক্ষীৰ ব্যস্ততা বাঢ়িল ।

শীতকালত অন্য ঠাইৰ পৰাও পক্ষী আহি জয়সাগৰ বিলৰ শোভা বঢ়ালে । জয়সাগৰৰ কাষৰীয়া গঞা ৰাইজে বৰ তৃপ্তিৰে কাৰো হানি-বিঘিনি নোহোৱাকৈ শ’ল , মাগুৰ , কাৱৈ , গৰৈ , কান্ধুলিকে ধৰি এসাঁজ উদৰ পূৰাই খাইছিল ।

বিশেষ ক্ষতি নোহোৱাকৈয়ে কেতিয়াবা কাষৰীয়া সাধাৰণ গঞা মাজে-মধ্যে পক্ষীৰ মাংস, কণীৰ জুতি ল’লে । এচামৰ লোভ বাঢ়িল , জাল পাতি, চিকাৰ কৰি বনৰীয়া পক্ষীৰ বেহা এচাম লুভীয়া গ্ৰাহকৰ সহায়ত চলি থাকিল ।

এইবাৰ জয়সাগৰৰ বুকুত চকু পৰিল । শ’ল , কান্ধুলি , মাগুৰ , গৰৈ , কাৱৈ মাছৰ ঠাইত পুখুৰী খান্দি মীন পালনৰ আচিলাৰে জয়সাগৰত এতিয়া এচামৰ বে-দখল আৰম্ভ হৈছে ।

পক্ষী চিকাৰ স্থানীয় সচেতন ব্যক্তি আৰু সংগঠনৰ চেষ্টাত ক্ৰমাগতভাৱে কমিছে যদিও মীন পালনৰ বাবে বে-দখল এতিয়াও চলি আছে ।

বে-দখলৰ পাছত এতিয়া প্ৰাকৃতিক জলাশয়টোলৈ আহিবলৈ আলহী পক্ষীও যেন বাট পাহৰা নাই । এতিয়াও প্ৰতি বছৰে হেজাৰ হেজাৰ পৰিভ্ৰমী শোভা বৰ্ধন কৰেহি । এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই ।

কাম চৰাই , শৰালি হাঁহ , বৰটোকোলা , হাড়গিলা , শামুকভঙা আদি পক্ষীৰ স্বাভাৱিক আশ্ৰয়স্থল হোৱাৰ উপৰি শীতৰ আগমণৰ লগে লগে বহু পৰিভ্ৰমী চৰাই জয়সাগৰলৈ আগমণ হয়, এইবেলিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।

ইতিমধ্যে দুষ্প্ৰাপ্য পক্ষীৰ শাৰীত পৰা কে’বাবিধো পক্ষী স্থানীয় প্ৰকৃতিপ্ৰেমী বে-চৰকাৰী অনুষ্ঠানে জয়সাগৰ দলনিত প্ৰায় শতাধিক পক্ষীৰ বাসস্থানৰূপে আৱিষ্কাৰ কৰিছে ।

যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই । ইতিমধ্যে দুষ্প্ৰাপ্য কাক হাঁহ (অৰিয়েণ্টল ডাৰ্টাৰ) , বিয়েৰ পোচাৰ্ড , থেৰেজেনিয়াম পোচাৰ্ড , পেচান টে’ল , জাকান আদি জয়সাগৰ দলনিত সহজেই দেখিবলৈ পোৱা যায় ।

গ্লচিয়াচ আইবিজ , ব্লেক টেজেড আইবিজ , কমন কোট, প্লে লেগ গীজ , ব্ৰাউন হেডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনি কলিয়াবৰৰ এক পৰ্যটন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল থকা স্বতেও বে-দখলে জলাশয়টোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

একেদৰে একাংশই চৰকাৰী মীন আঁচনিৰ ধনেৰেও জয়সাগৰৰ বৃহৎ আকাৰৰ ভূমিত পুখুৰী খান্দিবলৈ যো-জা হাতত লৈছে বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ উপচি পৰা পানীৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰী ধনেৰে খাল খান্দি পানীভাগ বোৱাই নিয়াৰ ব্যৱস্থাই জয়সাগৰৰ প্ৰতি আগন্তুক দিনত ভয়ানক বিপদ কঢ়িয়াই অনিব ।

তদুপৰি কাষৰীয়া উৰ্বৰ কৃষিভূমিৰ প্ৰতিও ভাবুকি হৈ পৰিব বুলি কৃষক ৰাইজে আশংকা প্ৰকাশ কৰিছে । ইয়াৰমাজতে সকলোৰে আশা , পাখিলাহী চৰাইজাকৰ কলৰৱত মুখৰিত হৈ থাকক কলিয়াবৰৰ এই ঐতিহাসিক জলাশয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JaysagarKaliborMigratory Birds
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d