ULFA has held a bilateral meeting with the state and central governments in Kainadhar today:কইনাধৰাত আজি আলোচনাপন্থী আলফাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বিপাক্ষিক বৈঠক

kainadhara

ULFA has held a bilateral meeting with the state and central governments in Kainadhar today:

বুধবাৰে মহানগৰীৰ কইনাধৰাস্থ ৰাজ্যিক অতিথি শালাত গৃহ বিভাগৰে এক গুৰুত্বপূৰ্ণ বৈঠক আলোচনাপন্থী আলফাৰ ৷ এই আলোচনাত অংশ ল’ব বিৰচা মুণ্ডা,কে এনএলএ গোটৰ সদস্যও ৷

আলোচনাপন্থী আলফাৰ হৈ বৈঠকত অংশ ল’ব অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া সহ কে’বা গৰাকী প্ৰাক্তন আলফা নেতাই ৷ আনহাতে আলোচনাত ৰাজ্য চৰকাৰৰ মুখ্যসচিব ড:ৰবি কোটা,গৃহ সচিব বিশ্বজিৎ পেগু,কেন্দ্ৰীয় গৃহসচিব গোবিন্দ মোহনে ভাগ ল’ব ৷ উল্লেখ্য যে,সংগঠন কেইটাৰে ইতিপূৰ্বে সম্পন্ন হোৱা স্বাক্ষৰিত চুক্তি বিষয়ক লৈ হ’ব আলোচনা ৷

Exit mobile version