Ulfa(I) linkman arrested in Sonari :
সোণাৰীত আলফা স্বাধীনৰ লিংকমেন আটক ৷
ADVERTISEMENT
আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত শিক্ষকসহ আটক দুজনক ৷
সোণাৰিৰ সাপেখাটি উঃ মা: বিদ্যালয়ৰ শিক্ষক জিতু গগৈক আটক ৷
সোণাৰিৰ মিঠু বৰুৱা নামৰ যুৱক এজনকো আটক অসম আৰক্ষীৰ ৷