CBI files chargesheet in trading scam:ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল চিবিআইৰ

মহা প্ৰৱঞ্চক চুমি-বিশাল-তাৰ্কিকৰ বিৰুদ্ধে দাখিল অভিযোগনামা

cbi 1

CBI files chargesheet in trading scam:

বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা অৱশেষত দাখিল আদালতত । চিবিআয়ে দাখিল কৰিলে এই কেলেংকাৰীৰ অভিযোগনামা। মহা প্ৰৱঞ্চক বিশাল ফুকন, চুমি বৰা ,তাৰ্কিক বৰা আৰু অভিজিৎ চন্দৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযোগনামা কেন্দ্ৰীয় অনুসন্ধান সন্থাটোৱে দাখিল কৰে চিবিআইৰ বিশেষ আদালতত

ADVERTISEMENT

উল্লেখ্য যে,ইতিমধ্যে ডিব্ৰুগড়ত ৰজু হোৱা এটা গোচৰত উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিছিল বিশাল ফুকন আৰু ,তাৰ্কিক বৰাই ৷ আনহাতে আজি চুমি বৰা , অভিজিৎ চন্দ সহ কে’বাজনৰ জামিন সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শুনানি হয় যদিও জামিন স্থগিত ৰাখে আদালতে ৷

Exit mobile version