Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CBI has arrested fraudster Dipankar Barman in jail in connection with an online trading scam:অনলাইন ট্রেডিঙৰ কেলেংকাৰিৰ গোচৰৰ তদন্ত চিবিআইৰ

প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক কাৰাগাৰতে জিম্মাত ল'লে চিবিআইয়ে 

samimsultana by samimsultana
November 7, 2024
in Assam, India, News
Reading Time: 2 mins read
0
CBI has arrested fraudster Dipankar Barman in jail in connection with an online trading scam:অনলাইন ট্রেডিঙৰ কেলেংকাৰিৰ গোচৰৰ তদন্ত চিবিআইৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Sumi Bora Bail:অৱশেষত জামিন লাভ চুমী বৰাৰ

CBI probe into Avinash Investment Trading App fraud in Barhola:বৰহোলাত অবিনাশ ইনভেষ্টমেন্ট ট্রেডিং এপৰ প্ৰৱঞ্চনাৰ তদন্ত চিবিআইৰ

CBI files chargesheet in trading scam:ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল চিবিআইৰ

CBI has arrested fraudster Dipankar Barman in jail in connection with an online trading scam:

ৰাজ্যত সংঘটিত অনলাইন ট্রেডিঙৰ বিয়াগোম কেলেংকাৰিৰ প্ৰথমটো গোচৰৰ মুখ্য অভিযুক্ত দীপাংকৰ বৰ্মনক কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই)ই নিজৰ জিম্মাত লয়। গোৱাত গ্রেপ্তাৰ হোৱা দীপাংকৰ সাতদিনৰ আৰক্ষীৰ জিম্মাত আছিল।

ADVERTISEMENT

ইতিমধ্যে আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে প্রৱঞ্চকজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে। এই অনুসৰি দীপাংকৰক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হয়। কাৰাগাৰতে উপস্থিত হৈ চিবিআইৰ দলে দীপাংকৰক ছদিনৰ জিম্মাত লয়। অৱশ্যে দীপাংকৰ কাৰাগাৰতে থাকিব। চিবিআইয়ে জেৰাৰ বাবে নির্ধাৰণ কৰা স্থানত দীপাংকৰক কাৰাগাৰ কর্তৃপক্ষই হাজিৰ কৰাব লাগিব।

উল্লেখ্য যে দীপাংকৰৰ ‘ডিবি ষ্টক বুকিং’ নামৰ অনলাইন ট্রেডিঙৰ প্রতিষ্ঠানটোৱে বিনিয়োগকাৰীক ধন ওভতাই দিব নোৱাৰাৰ পাছতে ৰাজ্যত এই অবৈধ বেহাৰ ব্যাপকতাৰ তথ্য পোহৰলৈ আহে। তদন্তকাৰী পক্ষই অনুমান কৰা অনুসৰি অসমতে দীপাংকৰে কে’বাশ কোটিটকীয়া কেলেংকাৰি সংঘটিত কৰে। তদুপৰি তেলেংগানা, অন্ধ্রপ্রদেশ, কৰ্ণাটক, নাগালেণ্ড আদি ৰাজ্যৰো দীপাংকৰে প্ৰৱঞ্চনাৰ জাল বিস্তাৰ কৰিছিল। তেলেংগানাত কোটি কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।

দীপাংকৰৰ প্রৱঞ্চনা পোহৰলৈ অহাৰ সময়তে যোৱা আগষ্টত তেওঁ অসমৰ পৰা পলায়ন কৰিছিল। সুদীর্ঘ তিনিমাহৰ বিৰতিতহে দীপাংকৰ গোৱাত আৰক্ষীৰ জালত পৰে। বিভিন্ন সময়ত চর্চা অনুসৰি বিশেষ পক্ষৰ সহযোগত দীপাংকৰে এনে দীর্ঘদিন আত্মগোপন কৰি থাকিবলৈ সক্ষম হৈছিল। আত্মগোপনৰ সময়তো দীপাংকৰে প্রেয়সীৰ ভনীয়েকৰ সহযোগত হাৱালাৰে লাখ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উৎস বিচাৰি আৰক্ষীয়ে বিগত সাতদিনে দীপাংকৰক জেৰা কৰে যদিও সফল নহ’ল।

ইপিনে, তেজপুৰত গিনি কেপিটেল নামৰ এটা কোম্পানী মুকলি কৰি অনলাইন ট্রেডিঙৰ নামত বৃহৎ পৰিমণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্রেপ্তাৰ হোৱা হেমেন ৰাভা নামৰ যুৱকজনৰ লগতে শংকৰ সাহা নামৰ আন এজনক চিবিআয়ে জিম্মাত লৈছে।

উল্লেখ যে যোৱা সময়ছোৱাত তেজপুৰ কাৰাগাৰাত ন্যায়িক জিম্মাত আছিল এই দুই অভিযুক্ত। সম্প্রতি ৰাজ্য কঁপোৱা অনলাইন ট্রেডিং প্রৱঞ্চনাৰ গোচৰৰ তদন্ত চিবিআইক অর্পণ কৰা হৈছে আৰু ইয়াৰ বাবেই কালি দুয়োকে চিবিআয়ে তেজপুৰ কাৰাগাৰৰ পৰা নিজৰ জিম্মাত লয়।

প্রণিধানযোগ্য যে অভিযুক্ত হেমেনে তেজপুৰৰ লগতে বিহগুৰিকে ধৰি বিভিন্ন অঞ্চলৰ একাংশৰ পৰা বৃহৎ পৰিমাণৰ ধন অনলাইন ট্রেডিঙৰ নামত সংগ্রহ কৰিছিল আৰু ইয়াৰ ভিতৰত একাংশ ৰাজনৈতিক দলৰ স্থানীয় নেতা-পালিনেতাও আছে বুলি ব্যাপক চৰ্চা লাভ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CBI has arrested fraudster Dipankar Barman in jailonline trading Scam
samimsultana

samimsultana

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d