পুৱা খালী পেটত কফী খাই নেকি ! তেন্তে সাৱধান হওক…

পুৱা কেতিয়াও খালী পেটে থাকিব নালাগে । লগতে আমি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে । 

খালী

কফী

প্ৰতিটো পুৱা এটা নতুন দিনৰ আৰম্ভণি । আমাৰ দিনটো কেনেদৰে যাব সেয়া পুৱাটোৰ ওপৰতেই নিৰ্ভৰ কৰে । সমগ্ৰ দিনটো এক্টিভ হৈ কাম কৰিবলৈ পুৱা পানী খোৱাটো অতি প্ৰয়োজনীয়। আনকি আপোনাৰ গোটেই দিনটো শৰীৰ কেনে থাকিব সেয়াও পুৱাৰ খাদ্যৰ ওপৰতেই নিৰ্ভৰ কৰে । যিহেতু ওৰে নিশা আমাৰ পেটটো খালী হৈ থাকে সেয়ে আমি পুৱা কেতিয়াও খালী পেটে থাকিব নালাগে ।

পুষ্টিবিদসকলে কয় যে, পুৱা কেতিয়াও খালী পেটে থাকিব নালাগে । লগতে আমি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে ।  ইয়াৰে কিছুমান খাদ্য খালী পেটত পৰিহাৰ কৰা উচিত কিয়নো সেইবোৰৰ ফলত হজমৰ সমস্যা, পেট ফুলা আদি অসুবিধা হ’ব পাৰে ।

 

 

Exit mobile version