কোকৰাঝাৰ জিলাৰ দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰে খেল মহাৰণ ২.০ ৰ । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেল মহাৰণৰ উদ্বোধন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । লগতে এই অনুষ্ঠানত কোকৰাঝাৰ জিলা ক্ৰীড়া বিভাগৰ বিষয়া সকলোৰ লগতে ইউপিপিএল দলৰ নেতা-কৰ্মী সকলো উপস্থিত থাকে । দোতমা সমষ্টিৰ অধীনত থকা ২৭ টা ভিছিডিছিৰ অধিনত থকা সকলো খেলুৱৈৱে এই খেল মহাৰণত অংশগ্ৰহন কৰে ।
দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত খেল মহাৰণ ২.০ৰ শুভাৰম্ভ
দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত খেল মহাৰণ ২.০ৰ শুভাৰম্ভ
-
By publisher

- Categories: Assam, News
- Tags: Dotama Higher Secondary Schoolkhel Maharan 2.0খেল মহাৰণ ২.০
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026