চাৰি নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ :
▶️প্ৰশান্ত ফুকন:শক্তি,মেডিকেল শিক্ষা,নিয়োগ দক্ষতা বিকাশ ৷
▶️কৌশিক ৰায়:খাদ্য আৰু অসামৰিক যোগান, খনিজ আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ ৷
▶️ৰূপেশ গোৱালা: শ্ৰমিক কল্যাণ,চাহ জনজাতি আৰু আদিবাসী উন্নয়ন,গৃহ( কাৰাগাৰ),হোমগাৰ্ড ৷
▶️কৃষ্ণাগু পাল:পশুপালন, মীন আৰু লোক নিৰ্মাণ
# সালসলনি হয় কে’বাজনো মন্ত্ৰীৰ দপ্তৰ:
▶️অতুল বৰা: কৃষি,আবকাৰী,সীমান্ত উন্নয়ন,উদ্যান শস্য আৰু অসম চুক্তি ৷
▶️কেশৱ মহন্ত: ৰাজহ,দুৰ্যোগ প্ৰশমন,বিজ্ঞান প্ৰযুক্তি,তথ্য প্ৰযুক্তি ৷
▶️ৰনজিৎ কুমাৰ দাস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,আইন,পৰ্যটন ,সাধাৰণ প্ৰশাসন বিভাগ ৷
▶️জয়ন্তমল্ল বৰুৱা: জনস্বাস্থ্য কাৰিকৰী গৃহ আৰু নগৰ উন্নয়ন ৷
▶️অশোক সিংহাল: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ , জলসিঞ্চন ৷
▶️যোগেন মোহন: পৰিবহন,পাৰ্বত্য উন্নয়ন,সমবায়,খিলঞ্জীয়া ৷
▶️চন্দ্ৰমোহন পাটোৱাৰী: বন আৰু পৰিবেশ,সংসদীয় পৰিক্ৰমা এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগ ৷