আজি ‘শ্বহীদ দিৱস’ ৷ সমগ্ৰ ৰাজ্যৰ লগতে নতুন দিল্লীতো উদযাপন কৰা হয় শ্বহীদ দিৱস ৷ পৱিত্ৰ দিনটোত নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ যুগজয়ী শ্বহীদসকললৈ জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ।
Swahid Diwas Celebration In Delhi:দিল্লীস্থিত চৰকাৰী বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ দিৱসত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
