Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Minister Sonowal’s remarks in the Lok Sabha on Sagarmala:ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ ব্যাপক উন্নয়নৰ বাবে ১,০১০ কোটি টকাৰ বিনিয়োগ কৰিছে : সৰ্বানন্দ সোণোৱাল

সাগৰমালা আঁচনিৰ অধীনত ব্ৰহ্মপুত্রত ১০টা জলপথ প্রকল্প, ব্রহ্মপুত্রত নদীকেন্দ্ৰিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে ৬৪৫.৫৬ কোটি টকাৰ আবণ্টন দিছে, ধুবুৰীৰ মায়া ঘাটত ৯৬.৬০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'ব স্লিপৱে

publisher by publisher
November 29, 2024
in India, News
Reading Time: 2 mins read
0
Union Minister Sonowal’s remarks in the Lok Sabha on Sagarmala:ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ ব্যাপক উন্নয়নৰ বাবে ১,০১০ কোটি টকাৰ বিনিয়োগ কৰিছে : সৰ্বানন্দ সোণোৱাল
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Jail Minister Rupesh Gowala:ৰাজ্যত নতুনকৈ নিৰ্মাণ হ’ব সাতখন কাৰাগাৰ

Cm Himanta Biswa Sarma:জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদনত অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে গৰিজ উঠিল মুখ্যমন্ত্ৰী

Parliament Winter Sessions,House adjourned over Manipur incident:মণিপুৰ কাণ্ডক লৈ স্থগিত সদন

Union Minister Sonowal’s remarks in the Lok Sabha on Sagarmala:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে চলিত শীতকালীন সংসদৰ অধিৱেশনত জনায় যে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ ব্যাপক উন্নয়নৰ বাবে ১,০১০ কোটি টকা বিনিয়োগ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সাগৰমালা আঁচনিৰ অধীনত ৯৬.৬০ কোটি টকাৰ বিনিয়োগেৰে মাজুলীত এক নতুন স্লিপৱেৰ অনুমোদনৰ বিষয়েও অৱগত কৰে। বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ দ্বাৰা এই সন্দর্ভত নীতিগত অনুমোদন জনোৱা হৈছে।

ADVERTISEMENT

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে জনায় যে, কাৰ্গ’ আৰু যাত্রী চলাচল আৰু নদী পৰ্যটনৰ বাবে ব্ৰহ্মপুত্ৰৰ (ৰাষ্ট্ৰীয় জলপথ-২) আভ্যন্তৰীণ জলপথ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে ১২টা ফ্লোটিং টার্মিনেল, পাণ্ডু আৰু যোগীঘোপাত ২টা মাল্টিম’ডেল টার্মিনেল আৰু বগীবিল আৰু ধুবুৰীত ২টা স্থায়ী টার্মিনেলৰ নিৰ্মাণ অন্তর্ভুক্ত কৰা হৈছে। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণক ক্রুজ জাহাজৰ মসৃণ যাত্ৰাৰ বাবে প্রয়োজনীয় গভীৰতাৰ সৈতে সুচল যাতায়াত বজাই ৰখাৰ দায়িত্ব দিয়া হৈছে।

সোণোৱালে সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড (এছডিচিএল), অসম পর্যটন উন্নয়ন নিগম (এটিডিচি), আইডব্লিউটি, অসম আৰু আইডব্লিউএআই সঞ্চালকালয়ৰ মাজত “এছপিভি ফ্রেমৱর্কত নদীকেন্দ্রিক ধর্মীয় পৰ্যটন বৰ্তনী”ৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ বিষয়েও অৱগত কৰে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে- হপ অন এণ্ড হপ অফ আধাৰত জাহাজৰ উপযুক্ত দক্ষতা প্রয়োগ কৰি জলপথৰ জৰিয়তে বিভিন্ন ধর্মীয় উপাসনাস্থলীসমূহ সংযোগ কৰা। এই সাতটা স্থান হৈছে কামাখ্যা মন্দিৰ, পাণ্ডুনাথ মন্দিৰ, অশ্বক্লান্ত মন্দিৰ, দৌল গোবিন্দ মন্দিৰ, উমানন্দ মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ আৰু আউনীআটী সত্র।

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ ব্যাপক বিকাশৰ বাবে ধাৰ্য কৰা প্ৰায় ১,০১০ কোটি টকাৰ অন্যান্য বিভিন্ন প্ৰকল্পৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰৰ প্ৰকল্পৰ সামগ্রিক প্ৰগতিৰ দিশত ৪৭৪ কোটি টকাৰ অনুমোদিত ব্যয়ৰ সৈতে ৭৯.৮৭% কামৰ অগ্রগতি। ইয়াত অন্তর্ভুক্ত আছে পাণ্ডু বন্দৰ টার্মিনেলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ২৭ সংযোগী উচ্চ প্ৰৱেশ পথৰ নিৰ্মাণ আৰু পাণ্ডুত জাহাজ মেৰামতি সুবিধাৰ বিকাশ; যাৰ আনুমানিক ব্যয় ৩৮৮ কোটি, ৬০% তকৈও ইয়াৰ অধিক কাম সম্পূর্ণ হৈছে। আনহাতে ৰাষ্ট্ৰীয় জলপথ-১৬ অর্থাৎ বৰাকৰ উন্নয়ন পেকেজত ১৪৮ কোটি টকাৰে অনুমোদিত বৰাক নদী আৰু ইণ্ডো- বাংলাদেশ প্রট’কল ৰুট (আইবিপিআৰ) ৰ বিকাশ অন্তর্ভুক্ত আছে।

ছয়টা পৰ্যটকৰ জেটিৰ ভিতৰত বগীবিল আৰু পাণ্ডুত নির্মীয়মান ফ্লোটিং জেটিবোৰৰ কাম প্রায় ৮৫% সম্পূর্ণ হৈছে। শিলঘাট, বিশ্বনাথ ঘাট, নিমাতী আৰু গুঁইজানত তীখাৰে নিৰ্মাণ হৈ উঠিবলগীয়া চাৰিটা পর্যটক জেটিৰ বাবে ইণ্ডিয়ান প’ৰ্ট ৰে’ল এণ্ড ৰ’পৱে কনষ্ট্রাকচন লিমিটেডক দায়িত্ব অর্পণ কৰা হৈছে। ধুবুৰী আৰু মাজুলীত স্লিপৱে নিৰ্মাণৰ কাম প্ৰতিটোতে ৯৬.৬০ কোটি টকাৰে চলি থকাৰ সময়তে উত্তৰ লখিমপুৰৰ ঘাগৰ, বৰপেটাৰ বহৰী, গোৱালপাৰা, তিনিচুকীয়াৰ গুঁইজান, দৰঙৰ কুৰুৱা, শিৱসাগৰৰ দিচাংমুখৰ লগতে উত্তৰ লাখিমপুৰৰ মাটমৰাত বিভিন্ন পৰ্যায়ত যাত্রী টার্মিনেল নিৰ্মাণৰ প্রস্তাৱো চলি আছে ।

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুত বৰদলৈয়ে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে জানিবলৈ দিয়ে, “জাহাজৰ সুৰক্ষিত চলাচলৰ বাবে ২ৰ পৰা ২.৫ মিটাৰ প্ৰয়োজনীয় গভীৰতাৰ ফেয়াৰৱে আৰু ৩৫ৰ পৰা ৪৫ মিটাৰ প্ৰস্থৰ নেভিগেচন চেনেল বজাই ৰখা হয়। জাহাজৰ মসৃণ যাত্ৰাৰ বাবে অন্যান্য উপায়ৰ উপৰিও (বেণ্ডেলিং, চেনেল স্থিৰকৰণৰ কাম ইত্যাদি) পষেকীয়া হাইড্ৰ’গ্ৰাফিক জৰীপ, ড্রেজিং কৰা হৈ আহিছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Parliament Winter SessionsQUESTION HOUE TIMESagarmalaUnion Minister Sarbanandra Sonowal Speech
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d